• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনৰাজৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়া

উত্তম শইকীয়া by উত্তম শইকীয়া
May 9, 2019 8:22 pm
King of jungle now receives a royal cremation in Assam

ছবি সৌজন্য-- infotea01.blogspot.com

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঘক যুগ যুগ ধৰি মানি অহা হৈছে বনৰ ৰজাৰূপে। এতিয়া বনৰাজৰ অন্ত্যেষ্টিক্ৰিয়াৰো কৰা হৈছে ৰাজকীয় ব্যৱস্থা।

সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া কোনো বাঘৰ মৃত্যু হ’লে বনৰাজৰ শেষ যাত্ৰাত ব্যস্ত হৈ পৰিব লাগে বন বিষয়াৰ পৰা আৰম্ভ কৰি চিকিৎসক, বনকৰ্মীলৈকে এক বৃহৎ দল।

Apply Now

অকল বিভাগীয় ব্যক্তি থাকিলেই নহ’ব, বনৰাজৰ শেষ যাত্ৰাৰ বাবে বিশেষভাৱে বন বিভাগে আমন্ত্ৰণ কৰে বেচৰকাৰী সংগঠনৰ পৰা সাংবাদিকলৈকে।

উদ্ধাৰস্থলীতে সম্পন্ন কৰিব লাগে বনৰাজৰ শৱদাহ। ঠাইতে কৰিব লাগে মৰণোত্তৰ আৰু অংগ পৰীক্ষা; আৰু এই সমূহ প্ৰক্ৰিয়া ভিদিঅ’ ৰেকৰ্দিং কৰাটোও বাধ্যতামূলক।

তাৰোপৰি বনৰজাৰ অন্তিম যাত্ৰাত থকা সকলোৱে উপস্থিতিৰ চহী কৰাটোও বাধ্যতামূলক।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে সমগ্ৰ দেশজুৰি জাৰি কৰিছে এই সম্পৰ্কীয় কঠোৰ নিৰ্দেশনা।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ঢেকীয়াপতীয়াকে ধৰি সকলো বাঘৰ অংগৰ অভাৱনীয় চাহিদা আৰু চোৰাং ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে লৈছে এই পদক্ষেপ।

প্ৰাধিকৰণৰ নিৰ্দেশ মতে কোনো স্থানত বাঘৰ মৃতদেহ উদ্ধাৰ হ’লে বন বিভাগে ততালিকে এখন উচ্চ পৰ্য্যায়ৰ সমিতি গঠন কৰি ঘটনাস্থলীলৈ প্ৰেৰণ আৰু উপৰোক্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা বাধ্যতামূলক৷

সমূহ ফট’ আৰু ভিডিঅ’ ৰেকৰ্ডিংসহ সবিশেষ প্ৰতিবেদন ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণলৈ প্ৰেৰণ  কৰাৰ লগতে প্ৰয়োজনত বনৰাজৰ মৃতদেহৰ নমুনাও ফৰেনচিক পৰীক্ষাত দাখিল কৰিব লাগে।

জ্বলোৱাৰ পিছত দাহথলীত বাঘৰ দেহৰ কোনো অংশ থাকি নোযোৱাৰ সঠিক প্ৰমাণো প্ৰেৰণ কৰিব লাগে।

ভাৰতৰ বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ এই ব্যৱস্থাই সম্প্ৰতি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd