DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত গুৰুজনাৰ তিৰোভাব তিথি পালন

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
September 8, 2021 4:00 pm
bh
187
VIEWS
Share on FacebookShare on Twitter

আজি শ্ৰী মন্ত শংকৰ দেৱৰ ৪৫৩ সংখ্যক তিৰোভাব তিথি।

উজনি অসমৰ অন্যতম পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ক’ৰনা সংক্ৰমণ ৰোধৰ নীতি নিৰ্দেশনা মানি গুৰুজনাক সেৱা জনাবলৈ ভিৰ কৰিলে অজস্ৰ ধৰ্মপ্ৰাণ ৰাইজে।

উল্লেখযোগ্য যে মুখত ক’ভিড পৰিস্থিতিৰ বাবে মুখত মাস্ক, হাতত ধূপ-দীপ নৈবেদ্য লৈ গুৰুজনাৰ তিৰোভাৱ তিথি দিনা শ্ৰী চৰণত সেৱা জনাই অসূয়া, অমঙ্গল নাশৰ প্ৰাৰ্থনা কৰিলে ভক্তগণে।

সমান্তৰাল ভাৱে নামঘৰ পৰিচালনা সমিতিয়ে কভিড প্ৰ’ট’কল মানি আয়োজন কৰিছে বিশেষ ভদীয়া নামৰো।

অৱশ্যে এইবাৰ সমজুৱাকৈ শাৰী পাতি বহি প্ৰসাদ গ্ৰহণৰ প্ৰক্ৰিয়া দেখা পোৱা নগ’ল ঐতিহাসিক নামঘৰটিত।

ভক্তগণে গাইগুটীয়া কৈ বন্তি জ্বলোৱাৰ পৰিৱৰ্তে নামঘৰ পৰিচালনা সমিতিয়ে স্থাপন কৰা দহ গচ বন্তিত সেৱকী সকলে তেল ঢালি সেৱা গ্ৰহণ কৰিলে।

পূৰ্বৰ দৰে পৰিবেশ নাই যদিও কভিড -১৯ ৰ সংহাৰৰ মাজতো ভাদ মাহত অনুষ্ঠিত হোৱা গুৰুজনাৰ তিৰোভাৱ তিথিৰ এই বিশেষ দিনটোত এক প্ৰকাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ যেন জনসমুদ্ৰলৈ পৰ্যবসিত হ’ল।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd