• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

ৰাষ্ট্ৰ-বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ! TISS,মুম্বাইৰ দলিত ছাত্ৰক নিলম্বন

by
April 20, 2024 5:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সে দলিত পিএইচডিৰ এগৰাকী ছাত্ৰক দুবছৰৰ বাবে অসৎ আচৰণ আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ অভিযোগত নিলম্বন কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰগ্ৰেছিভ ষ্টুডেণ্টছ ফ’ৰাম (পি এছ এফ)ৰ অভিযোগ অনুসৰি ছাত্ৰজনৰ নিলম্বনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে লোৱা সিদ্ধান্তৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ছাত্ৰ বিৰোধী নীতিৰ বিৰুদ্ধে জানুৱাৰী মাহত দিল্লীত আয়োজন কৰা প্ৰতিবাদী সমদলত অংশগ্ৰহণৰ সম্পৰ্ক আছে৷

কিন্তু প্ৰতিষ্ঠানখনৰ প্ৰশাসনে দাবী কৰিছে যে নিলম্বিত হোৱা ছাত্ৰজনে ‘ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মিত অনুশাসন সংহিতাৰ গুৰুতৰ উলংঘা’ কৰিছে।

খবৰ অনুসৰি ১৮ এপ্ৰিলত জাৰি কৰা নিলম্বন আদেশত ছাত্ৰ ৰামদাস শিৱানন্দনক টিআইএছএছ অৰ্থাৎ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ সকলো চৌহদত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। নিলম্বনৰ আদেশ হিচাপে ছাত্ৰজনক প্ৰেৰণ জাননীত প্ৰতিষ্ঠানটোৰ মুম্বাই চৌহদত অন্যান্য কাৰ্যসূচীৰ তালিকাৰ লগতে দিল্লীত আয়োজন কৰা প্ৰতিবাদত তেওঁৰ অংশগ্ৰহণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছে৷

Apply Now

লগতে পঢ়ক: মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ চন্দ্ৰচুড় : কেন্দ্ৰই প্ৰণয়ন কৰা ৩ খন আইনৰ প্ৰশংসা মুখ্য ন্যায়াধীশৰ

ছাত্ৰ ৰামদাসক সম্বোধন কৰি প্ৰতিষ্ঠানটোৱে কয় যে – আপোনালৈ প্ৰেৰণ কৰা জাননীৰ পাছত গঠন হোৱা এখন সমিতিয়ে ১৭ এপ্ৰিলত পৰামৰ্শ দাখিল কৰিছিল। এই ক্ৰমত লিখা আছে যে কমিটীয়ে আপোনাক দুবছৰৰ বাবে নিলম্বন কৰাৰ পৰামৰ্শ দিছে আৰু টিআইএছএছৰ সকলো কেম্পাছত আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।

ইয়াৰ পূৰ্বে ৭ মাৰ্চত জাৰি কৰা জাননীত ছাত্ৰ ৰামদাসে পিএছএফ-টিআইএছৰ বেনাৰত প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰতিষ্ঠানটোৰ নাম দুৰ্ব্যৱহাৰ কৰা বুলি কোৱা হৈছিল। জাননী অনুসৰি, যিহেতু পি এছ এফ প্ৰতিষ্ঠানখনৰ স্বীকৃতিপ্ৰাপ্ত ছাত্ৰ সংগঠন নহয়, সেয়েহে ৰামদাসে এই নাম ব্যৱহাৰ কৰি প্ৰতিষ্ঠানটোৰ বিষয়ে ভুল ধাৰণা সৃষ্টি কৰিছে।

লগতে পঢ়ক:  কাশ্মীৰৰ পৰা আঁতৰিল অনুচ্ছেদ ৩৭০; প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ’ল ‘বহিৰাগত প্ৰাৰ্থী’

দলিত সমাজত জন্মলাভ কৰা পিএইচডিৰ ছাত্ৰ ৰামদাস পি এছ এফৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমান ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য। লগতে এছ এফ আই মহাৰাষ্ট্ৰ ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক।

৭ মাৰ্চত জাৰি কৰা কাৰণ দেখুৱাৰ জাননীত প্ৰতিষ্ঠানটোৱে জানুৱাৰী মাহৰ পৰা ৰামদাসৰ ছ’চিয়েল মিডিয়া পোষ্টটোৰ ওপৰতো আপত্তি গ্ৰহণ কৰিছিল, য’ত তেওঁ ২৬ জানুৱাৰীত ‘ৰাম কে নাম’ তথ্যচিত্ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাইছিল। অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ প্ৰতিবাদৰ প্ৰতীক হিচাপে টি আই এছ এছে এই তথ্যচিত্ৰ প্ৰদৰ্শনক অপমান আৰু প্ৰতিবাদৰ প্ৰতীক বুলি গণ্য কৰে। উল্লেখ্য যে, ‘ৰাম কে নাম’ আনন্দ পাটোৱৰ্ধনৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী তথ্যচিত্ৰ।

লগতে পঢ়ক: প্ৰায় ১৬৭কোটিৰ প্ৰাসাদোপম অট্টালিকালৈ যাবলৈ সাজু প্ৰিয়ংকা-নিক

যদিও ৰামদাসে এই ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিব নিবিচাৰে, তথাপিও তেওঁৰ ঘনিষ্ঠ এজন বন্ধুৱে কয় যে প্ৰতিষ্ঠানটোৱে জাৰি কৰা সকলো জাননীৰ প্ৰতি সঁহাৰি জনোৱা হৈছে। পি এছ এফে অভিযোগ কৰে যে প্ৰশাসনৰ এই কাৰ্যই প্ৰান্তীয় পটভূমিৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ মূল্যত শাসকীয় বিজেপি চৰকাৰক সক্ৰিয়ভাৱে সমৰ্থন কৰাৰ প্ৰৱণতাক প্ৰোজ্জ্বল কৰি তুলিছে।

পি এছ এফে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী হিচাপে ৰামদাসে কেম্পাছত ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ বাকপটুতাৰে ৰক্ষা কৰিছে।সামাজিক কৰ্মী হিচাপে কাম কৰাৰ উপৰিও ৰামদাস এজন মেধাৱী ছাত্ৰও, তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰালয়ৰ দ্বাৰা UGC-NET পৰীক্ষাত অনুসূচিত জাতিসমূহৰ বাবে থকা ৰাষ্ট্ৰীয় ফেল’শ্বিপ লাভ কৰিছে। ’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am
অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd