• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক মন্তব্য! কঠোৰ পদক্ষেপৰ দাবীত আয়োগৰ ওচৰত অভিযোগ দাখিল তৃণমূলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:09 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক উত্তাপৰ মাজতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে।

কোচবিহাৰত বিজেপিৰ হৈ প্ৰচাৰ চলাওঁতে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি সাম্প্ৰদায়িকভাৱে বিভাজনকাৰী, প্ৰৰোচনামূলক আৰু মানহানিকাৰক মন্তব্য কৰা বুলি দলটোৱে অভিযোগ উত্থাপন কৰে।

Apply Now

শুকুৰবাৰে (১৭ এপ্ৰিল) মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা এখন পত্ৰত তৃণমূলে দাবী কৰিছে যে ১৬ এপ্ৰিলত কোচবিহাৰত এখন ৰাজহুৱা সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান মন্তব্য কৰিছিল যিয়ে ধৰ্মীয় বিভাজনৰ সৃষ্টি কৰিব পাৰে আৰু ভোটদানৰ পৰিৱেশ উত্তপ্ত তুলিব পাৰে।

পত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁৰ ভাষণত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি ঘৃণনীয় ইংগিত আছিল আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধেও ভিত্তিহীন আৰু মানহানিকাৰক অভিযোগ উত্থাপন কৰিছে।

তৃণমূলে অভিযোগ কৰে যে এনে মন্তব্য কেৱল নিৰ্বাচনী আদৰ্শ আচৰণ বিধি উলংঘা কৰাই নহয়, ভাৰতীয় দণ্ডবিধি (আই পি চি), জনপ্ৰতিনিধি আইন (আৰ পি এ)কে ধৰি কেইবাখনো আইনৰ অধীনত অপৰাধ বুলিও গণ্য কৰিব পাৰি। সেয়ে হিমন্ত বিশ্ব শৰ্মাক কাৰণ দেখুৱাৰ জাননী প্ৰেৰণ কৰাৰ উপৰি তেওঁৰ বিৰুদ্ধে কঠোৰ প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে এফআইআৰ দাখিল কৰিবলৈ দাবী উত্থাপন হৈছে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনেধৰণৰ ভাষণে ৰাজ্যৰ শান্তি-শৃংখলা বিঘ্নিত কৰিব পাৰে আৰু ই ভোটাৰক প্ৰভাৱিত কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰা হৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত এতিয়ালৈকে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। এই ঘটনাক লৈ ৰাজনৈতিক মহলত নতুনকৈ বিতৰ্ক আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd