• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

TMC protest মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজ আতিথ্য কিয়? ৰেডিশ্যন ব্লুৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 23, 2022 1:11 pm
166
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজ আতিথ্য কিয়? এই প্ৰশ্ন তুলি আজি গুৱাহাটী মহানগৰীৰ ৰেডিশ্যন ব্লুৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।

মহাৰাষ্ট্ৰৰ ৪৮ জন বিধায়ক বিলাসী হোটেলত কালিৰে পৰা ৰখাৰ বিৰোধিতাৰে এই প্ৰতিবাদ।

প্ৰতিবাদৰ ফলত হোটেলৰ সন্মুখভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দেশত গণতান্ত্ৰিক ব্যৱস্থা একেবাৰে ধ্বংস কৰা হ’ল বুলি অভিযোগ ৰিপুন বৰাৰ।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

প্ৰতিবাদৰ নেতৃত্বত আছিল প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

পৰিস্থিতি উত্তপ্ত হোৱাত গড়চুক আৰক্ষীয়ে ৰিপুন বৰাসহ শতাধিক প্ৰতিবাদকাৰীক আটক কৰি লৈ যায়।

উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় ৯.২০ বজাত পূৰ্বৰ বিধায়কৰ সৈতে যোগ দিলে আন চাৰি শিৱসেনা বিধায়কে।

গুজৰাট বিজেপিৰ অধ্যক্ষ চন্দ্ৰকান্ত ৰঘুনাথ পাটিলৰ সৈতে আহিছিল এই চাৰি বিধায়ক।

বৃহস্পতিবাৰে পুৱাৰ ভাগত আহি বিসম্বাদী গোটত যোগ দিছে আন তিনি বিধায়কে।

পূৰ্বতে অহা মুঠ বিধায়কৰ সংখ্যা আছিল ৪১ জন। ইয়াৰে ৩৪ জন আছিল শিৱসেনাৰ বিধায়ক।

আন ৭ জন আছিল এন চি পিৰ বিধায়ক। এতিয়া আটাইসকল মিলি মুঠ ৪৮ জন হৈছেগৈ হোটেল ৰেডিশ্যন ব্লুত থকা বিসম্বাদী বিধায়কৰ সংখ্যা।

ইতিমধ্যে যোৱা নিশা মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেই মুম্বাইৰ মুখ্য মন্ত্ৰীৰ বাসভৱন ত্যাগ কৰিছে।

বিসম্বাদী বিধায়কৰ সংখ্যা বৃদ্ধি পাই থকাৰ লগে লগে মহাৰাষ্ট্ৰত থাকৰে চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰিছে।

যিকোনো মূহুৰ্ততে পদত্যাগ কৰিব পাৰে মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd