• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

TMC protest মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজ আতিথ্য কিয়? ৰেডিশ্যন ব্লুৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 23, 2022 1:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজ আতিথ্য কিয়? এই প্ৰশ্ন তুলি আজি গুৱাহাটী মহানগৰীৰ ৰেডিশ্যন ব্লুৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।

মহাৰাষ্ট্ৰৰ ৪৮ জন বিধায়ক বিলাসী হোটেলত কালিৰে পৰা ৰখাৰ বিৰোধিতাৰে এই প্ৰতিবাদ।

Apply Now

প্ৰতিবাদৰ ফলত হোটেলৰ সন্মুখভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দেশত গণতান্ত্ৰিক ব্যৱস্থা একেবাৰে ধ্বংস কৰা হ’ল বুলি অভিযোগ ৰিপুন বৰাৰ।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

প্ৰতিবাদৰ নেতৃত্বত আছিল প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

পৰিস্থিতি উত্তপ্ত হোৱাত গড়চুক আৰক্ষীয়ে ৰিপুন বৰাসহ শতাধিক প্ৰতিবাদকাৰীক আটক কৰি লৈ যায়।

উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় ৯.২০ বজাত পূৰ্বৰ বিধায়কৰ সৈতে যোগ দিলে আন চাৰি শিৱসেনা বিধায়কে।

গুজৰাট বিজেপিৰ অধ্যক্ষ চন্দ্ৰকান্ত ৰঘুনাথ পাটিলৰ সৈতে আহিছিল এই চাৰি বিধায়ক।

বৃহস্পতিবাৰে পুৱাৰ ভাগত আহি বিসম্বাদী গোটত যোগ দিছে আন তিনি বিধায়কে।

পূৰ্বতে অহা মুঠ বিধায়কৰ সংখ্যা আছিল ৪১ জন। ইয়াৰে ৩৪ জন আছিল শিৱসেনাৰ বিধায়ক।

আন ৭ জন আছিল এন চি পিৰ বিধায়ক। এতিয়া আটাইসকল মিলি মুঠ ৪৮ জন হৈছেগৈ হোটেল ৰেডিশ্যন ব্লুত থকা বিসম্বাদী বিধায়কৰ সংখ্যা।

ইতিমধ্যে যোৱা নিশা মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেই মুম্বাইৰ মুখ্য মন্ত্ৰীৰ বাসভৱন ত্যাগ কৰিছে।

বিসম্বাদী বিধায়কৰ সংখ্যা বৃদ্ধি পাই থকাৰ লগে লগে মহাৰাষ্ট্ৰত থাকৰে চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰিছে।

যিকোনো মূহুৰ্ততে পদত্যাগ কৰিব পাৰে মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd