• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি এটা ভাইৰাছ আৰু মমতা বেনাৰ্জী সেই ভাইৰাছৰ ভেকচিন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2021 7:04 pm
Mamata only 'vaccine' against 'virus' BJP
258
VIEWS
Share on FacebookShare on Twitter

“বিজেপি এক ভাইৰাছ আৰু মমতা বেনাৰ্জী বিজেপি ভাইৰেছৰ ভেকচিন”- এই মন্তব্যৰে চৰ্চালৈ আহিছে এগৰাকী ৰাজনৈতিক নেতা।

চলিত মাহত বঙ্গত চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সোমবাৰে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে উপ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ উত্তৰ বংগৰ দিনহাটাত উপস্থিত হয়। প্ৰচাৰ মঞ্চৰ পৰাই বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই বেনাৰ্জীয়ে।

অভিষেক বেনাৰ্জীয়ে বিজেপিক কৰ’ণা ভাইৰাছ, শ্যামাপোকাৰ সৈতে তুলনা কৰে। তেওঁ তৃণমূল নেতা মমতা বেনাৰ্জীক বিজেপিৰ ‘ভেকচিন’ বুলিও উল্লেখ কৰে।

৩০ অক্টোবৰত বেহাৰৰ দিনহাটাত বিধানসভা উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সাংসদ নিশিথ প্ৰমানিক যোৱা বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা জয়ী হৈছিল। কিন্তু তেওঁ সাংসদ পদ ত্যাগ নকৰাৰ বাবে এই সমষ্টিটোত পুনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

তৃণমূলৰ নেতাগৰাকীয়ে কয়, “বিজেপিয়ে জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। কৰ’ণা হৈছে এক ভাইৰাছ। সেইদৰে বিজেপিও এটা ভাইৰাছ। কৰ’ণা ভাইৰাছৰ ভেকছিন কভিশ্বিল্ড আৰু বিজেপিৰ ভেকছিন হৈছে মমতা বেনাৰ্জী।”

তেওঁ লগতে কয়, “বিজেপি হৈছে শ্যামাপোক, কেৱল ভোটৰ আগতে হে আহে। বিজেপিয়ে আগতে কিমানটা প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি সমূহ কি হ’ল ? মমতা বেনাৰ্জীৰ সৈতে এয়া বিজেপিৰ পাৰ্থক্য।”

অভিষেকে দাবী কৰে যে মমতা বেনাৰ্জীয়ে কেৱল দলৰ ভিত্তিত কাম কৰা নাই। কোনো চিপিএম-কংগ্ৰেছ-বিজেপি কৰ্মী-সমৰ্থকে যদি চৰকাৰী সেৱা লাভ কৰা নাই, তাক দেখাবলৈ প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদি দেখুৱাব পাৰে তৃণমূল দলৰ কৰ্মীসকলে ঘৰলৈ গৈ সেৱা আগবঢ়াব।

অভিষেক বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰ মঞ্চৰ পৰা কংগ্ৰেছকো সমালোচনা কৰে। তেওঁৰ কয়, “বিজেপিয়ে ভাবিছিল যে আমি কংগ্ৰেছৰ দৰে ভাবুকিৰ দ্বাৰা হতবাক হৈ বহি পৰিম। কিন্তু সেয়া হ’ব নোৱাৰে।”

তেওঁ লগতে কয়, “মই আগতে কৈছো যে কংগ্ৰেছৰ সৈতে আমাৰ পাৰ্থক্য আছে। তেওঁলোকে ২০১৪ চনৰ পৰা বিজেপিৰ হাতত পৰাজিত হৈ আহিছে আৰু আমি ২০১৪ চনৰ পৰা বিজেপিক হেৰুৱাই আছো।”

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd