• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰত বিজেপি নেতাক আক্ৰমণৰ ঘটনাত জড়িত টি এম পি কেৰ সদস্যৰ আত্মসমৰ্পণ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2019 7:19 am
TMPK

আত্মসমৰ্পণ টি এম পি কেৰ সদস্যৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঢকুৱাখনাত ৩ নৱেম্বৰত বিজেপি নেতাক কৰা আক্ৰমণৰ ঘটনাটোত জড়িত তিনিজন মূল অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অভিযুক্ত আটাইকেইজন মিচিং সংগঠন টি এম পি কেৰ সদস্য।

লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত ৪ নৱেম্বৰত আত্মসমৰ্পণ কৰা অভিযুক্তকেইজন ক্ৰমে খেৰকটা আঞ্চলিক টি এম পি কে’ৰ সভাপতি লিজু দলে(৩৫), সম্পাদক ৰাজ কুমাৰ দলে (৩৪) আৰু সদস্য কিশোৰ দলে(২৮)।

Apply Now

ঢকুৱাখনা থানাৰ অন্তৰ্গত বকুলগুৰি অঞ্চলত ৩ নৱেম্বৰত বিজেপিৰ এখন সভাত অংশগ্ৰহণৰ বাবে যোৱা বিজেপি নেতা পৰমানন্দ চুংক্ৰাং আৰু বৈদ্যনাথ পাঞাংক বাটতে ধৰি নি ব্ৰহ্মপুত্ৰৰ পাৰত আক্ৰমণ কৰিছিল অভিযুক্তকেইজনে।

ঘটনাৰ পিছত পৰমানন্দ চুংক্ৰাঙৰ পত্নী আৰু বৈদ্যনাথ পায়েঙৰ পত্নীয়ে ১৮জনৰ নাম উল্লেখ কৰি পৃথকে পৃথকে দিয়া এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছিল যদিও আক্ৰমণকাৰীসকল পলাই আছিল।

জানিব পৰামতে, টি এম পি কে’ৰ দুগৰাকী শীৰ্ষ নেতাৰ নিৰ্দেশত অভিযুক্তকেইজনে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

ন-বিজেপি নেতাদ্বয়ৰ লগতে ঢকুৱাখনা মণ্ডল বিজেপিয়ে এই ঘটনাক ৰাজনৈতিক শত্ৰুতাৰ বাবে হোৱা বুলি কয়।

মন কৰিব লগীয়া যে লখিমপুৰ আৰু ধেমাজিত বিজেপিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মিচিং জনগোষ্ঠী ভিত্তিক ৰাজনৈতিক দল গণশক্তিৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আনকি দুয়োটা দলে যুটীয়াভাৱে প্ৰাৰ্থী দিছিল।

উল্লেখ কৰিব পাৰি, যোৱা মাহত টি এ পি কেৰ এটা দলে ডিব্ৰুগড় জিলাৰ এটা চাপৰিত থকা আৰু গোৱালৰ বৃত্তিৰে জীৱন যাপন কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকৰ এখন গাৱঁত আক্ৰমণ কৰিছিল আৰু বহুকেইটা ঘৰ জ্বলাই দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd