• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোমহৰ্ষক ঘটনা! ভগৱানৰ সন্তুষ্ট কৰিবলৈ বলি দিলে আঢ়ৈ বছৰীয়া এটি শিশু, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 4:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত সংঘটিত হৈছে এটা লোমহৰ্ষক ঘটনা।

অভি়যোগ অনুসৰি এগৰাকী ২৫ বছৰীয়া মহিলাই তেওঁৰ এঘৰ প্ৰতিৱেশীৰ এটি শিশু সন্তানক হত্যা কৰে।

Apply Now

হত্যা কৰি এটা প্লাষ্টিক বেগত মৃতদেহটো এটা বিল্ডিঙৰ ছাদলৈ দলিয়াই দিয়ে।

মাত্ৰ আঢ়ৈ বছৰীয়া শিশুটোক হত্যা কৰাৰ কাৰণ হৈছে মহিলাগৰাকীক এগৰাকী তান্ত্ৰিকে তেনে কৰিবলৈ উপদেশ দিছিল।

দেওবাৰে আৰক্ষীয়ে জনোৱামতে, মহিলাগৰাকীয়ে গৰ্ভাৱস্থা লাভ কৰিবৰ বাবে তান্ত্ৰিকজনে এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ বিধান দিছিল।

মহিলাগৰাকীক বৰ্তমান আৰক্ষীৰ জেৰাত আছে।

দিল্লীৰ ৰোহিনী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

জেৰাত মহিলাগৰাকীয়ে কয় যে তেওঁ সন্তানধাৰণ কৰিবলৈ অক্ষম বাবে তেওঁৰ শহুৰেকৰ ঘৰ আৰু আত্মীয়সকলে নানাধৰণে তিৰষ্কাৰ কৰিছিল।

যাৰ ফলশ্ৰুতিত তেওঁ এজন তান্ত্ৰিকৰ কাষ চাপিবলৈ বাধ্য হ’ল।

তান্ত্ৰিকজনে ভগৱানত সন্তুষ্ট কৰিবলৈ এটি শিশু বলি দিবলৈ বিধান দিলে।

তাৰ পাছতে তেওঁ সংঘটিত কৰিলে এই ঘটনা।

মহিলাগৰাকীয়ে আৰক্ষীক জনায় যে তেওঁ ২০১৩ চনতে বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু চিকিৎসকক দেখুওৱাৰ পাছতো সন্তান ধাৰণ কৰিব পৰা নাছিল।

যাৰ ফলশ্ৰুতিত চাৰি বছৰ পূৰ্বে তেওঁৰ গৃহস্থান উত্তৰ প্ৰদেশৰ হাৰদৈ অঞ্চলৰ এগৰাকী তান্ত্ৰিকৰ কাষ চাপে।

শিশুটো হত্যা কৰাৰ পাছত তাৰ অভিভাৱকসকলৰ মাজত হুৱা দুৱা লাগে।

তেওঁলোকে শিশুটোক কোনোবাই অপহৰণ অথবা নিখোঁজ হোৱা বুলি ভাবে।

শনিবাৰে আৰক্ষীক তেওঁলোকে দিয়া এখন অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায়।

যেতিয়া বিল্ডিংটোত শিশুটোৰ মৃতদেহ তেওঁলোকে লাভ কৰে, দেখে যে শিশুটোৰ ডিঙিত আঘাতৰ চিন স্পষ্ট।

প্ৰথম পৰ্যবেক্ষণতে আৰক্ষীয়ে অনুমান কৰে যে শিশুটোক ডিঙি চেপি হত্যা কৰা হৈছিল।

তাৰপাছত এটা হত্যাকাণ্ডৰ গোচৰ পঞ্জীয়ন কৰা হয়।

শিশুটোৰ পৰিয়ালবৰ্গ, আত্মীয় আৰু প্ৰতিৱেশীসকলক আৰক্ষীয়ে প্ৰশ্ন সোধাত তেওঁলোকে কয় যে শিশুটোক শেষবাৰৰ বাবে এগৰাকী প্ৰতিৱেশীৰ স’তে দেখা পাইছিল।

যেতিয়া প্ৰতিৱেশীগৰাকীক আৰক্ষীয়ে জেৰা কৰে, তেওঁ স্বীকাৰোক্তি কৰে যে শিশুটোৱে ছাদৰ ওপৰত খেলি থাকোতে তেওঁ তাক হত্যা কৰে।

ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd