• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকলো ৰে’ল চলিব সঠিক সময় মতে, ৰে’ল বিভাগে আনিছে OHE

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 6, 2020 3:31 pm

1 min read

SS-India-train
646
VIEWS
Share on FacebookShare on Twitter

এতিয়া আৰু কোনো যাত্ৰীয়ে তেওঁ যাত্ৰা কৰিবলগীয়া ৰে’ল খনৰ বাবে হামিয়াই হিকতিয়াই ৰে’ল ষ্টেছনত ৰৈ থাকিব নালাগে।

ভাৰতীয় ৰে’লে পূৰ্বৰ পৰম্পৰা এৰি এতিয়া সকলো ৰে’লেই সময় মতে চলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ৰে’লৰ যাত্ৰাত হোৱা বিলম্ব দূৰ কৰিবলৈ ভাৰতীয় ৰে’লে শেহতীয়াকৈ বিভাগটোত সন্নিৱিষ্ট কৰিছে এক উন্নত প্ৰযুক্তি।

ৰে’ল বিভাগে নতুনকৈ অন্তৰ্ভূক্ত কৰা  OHE নামৰ এপটোৰ জৰিয়তে ৰে’ল এখন কিয় পলমকৈ চলি আছে তাৰ কাৰণ নিৰ্দ্ধাৰণ কৰিব আৰু তাৎক্ষণিক ভাৱে সেই সমস্যাৰ সমাধান কৰি ৰে’ল খনে যাতে সঠিক সময়ত গন্তব্য স্থানত গৈ উপস্থিত হ’ব পাৰে তাৰ ব্যৱস্থা কৰিব।

OHE এপৰ সৈতে এনে প্ৰযুক্তি সংযুক্ত কৰা হৈছে যাতে ৰে’লৰ ইঞ্জিনত দেখা দিয়া যিকোনো সমস্যাই লগে লগে ধৰা পেলাব পাৰি আৰু সেই মতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

ৰে’লৰ যিকোনো কাৰিকৰী সমস্যাৰ উমান পোৱাৰ পিছতে এই এপে সংকেত পঠিয়াই সংশ্লিষ্ট লোক সকলক সজাগ কৰি তুলিব।

জি পি এছ ব্যৱস্থাৰে সংযুক্ত এই এপে ৰে’ল বিলম্ব হোৱাৰ সকলো ধৰণৰ কাৰণেই বিচাৰি উলিয়াই তাৰ সমাধান সূত্ৰ দিব পাৰিব।

উল্লেখ্য ভাৰতীয় ৰে’লে চলিত বৰ্ষৰ ১ জুলাইৰ দিনা চলোৱা মুঠ ২০১ খন ৰে’লৰ আটাইকেইখন ৰে’লেই সঠিক সময়ত গন্তব্য স্থানত গৈ উপস্থিত হোৱাৰ অভিলেখ গঢ়িছিল।

এই ধাৰা সদায় অক্ষুণ্ণ ৰাখিবলৈ ৰে’ল বিভাগে চেষ্টা অব্যাহত ৰাখিছে।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd