• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত আমছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 5, 2019 7:09 pm

1 min read

AAMSU meeting

ফটো : নৰ্থ-ইষ্ট নাও

933
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিস্থিত ৰংপুৰজ্যোতি ক্লাবত সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন (আমছু) শিৱসাগৰ জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।  দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত এই সভাত জিলাখনৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰে।

আমছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ইউনিছ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ উদ্দেশ্য বাখ্যা কৰে আমছুৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰেকিবুদ্দিন আহমেদে। উক্ত সভাত জিলাখনৰ বহুকেইটা দল সংগঠনৰ প্ৰায় চল্লিশজন মান সদস্যই শিৱসাগৰ জিলা আমছুত যোগদান কৰে।

কাৰ্যনিৰ্বাহক সভাত আমছুৰ শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা আতিকুৰ ৰহমান, কামালুদ্দিন ডাঙৰীয়া, ইউছুফ তামুলী, উপ সভাপতি আহমদ আলি, জেঙনিকটীয়া যুৱ সমাজৰ সাধাৰণ সম্পাদক মুকিবুদ্দিন আহমেদ আৰু শিৱসাগৰৰ বিভিন্ন আঞ্চলিক সদস্য উপস্থিত থাকে।

উল্লেখ্য যে কেইমাহমানৰ আগত আমছুৰ ভালেসংখ্যক নেতা কৰ্মীয়ে পদত্যাগ কৰাত শিৱসাগৰ এক প্ৰকাৰ আমছু শূন্য হৈ পৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ইউনিচ তামুলী, ৰেকিবুদ্দিন আহমেদৰ একান্ত প্ৰচেষ্টাত জিলাখনত সংগঠনটো পুনৰ সক্ৰিয় হৈ পৰা দেখা গৈছে।

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd