• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া বুৰঞ্জী সাহিত্যৰ বাটকটীয়া পদ্মভূষণ বেনুধৰ শৰ্মাৰ আজি ১২৫সংখ্যক জন্ম বাৰ্ষিকী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2019 2:45 pm
75649393_1231334777051643_7773366514807209984_n

বেনুধৰ শৰ্মা। ফাইল ফটো, সৌজন্য: ভিন্টেজ আছাম

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট মুক্তি যুঁজাৰু, বুৰঞ্জীবিদ, লেখক, সাংবাদিক পদ্মভূষণ বেনুধৰ শৰ্মাৰ আজি ১২৫ সংখ্যক জয়ন্তী। অসমীয়া বুৰঞ্জী সাহিত্যৰ বাটকটীয়া হিচাপে বেনুধৰ শৰ্মাৰ নাম সদা স্মৰণীয়।

অসমত অসহযোগ আন্দোলনত আগভাগ লোৱা বেনুধৰ শৰ্মাই কানি বিৰোধী আন্দোলনতো জড়িত হৈ পৰিছিল। বনৰীয়া হাতী ধৰা, কপাহী কাপোৰ বিক্ৰী কৰাকে ধৰি বিভিন্ন কামত নিজকে জড়িত কৰি তুলিছিল।

Apply Now

১৮৯৪চনৰ ১৬ নৱেম্বৰত শিৱসাগৰ জিলাৰ চাৰিঙত জন্মগ্ৰহণ কৰা বেনুধৰ শৰ্মাই চমাৰগাঁও নিম্ন বুনিয়াদী বিদ্যালয় আৰু শিৱসাগৰ চৰকাৰী হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।

ইয়াৰ পাছত তেওঁ কলকাতালৈ যায় আৰু তাত তেওঁ বংগবাসী কলেজত অধ্যয়ন কৰে। ১৯২১ আৰু ১৯৩০ চনত তেওঁ গান্ধীজীৰ অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

১৯৫৬চনত বেনুধৰ শৰ্মা অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি  নিৰ্বাচিত হৈছিল।

শৰ্মাই কেইবাখনো বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰিছিল। ১৯৬১ চনত তেওঁক “কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰা শৰ্মা আছিল দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিক।

অসমীয়া গদ্য সাহিত্যত এক সুকীয়া শৈলীৰ বাবে জনপ্ৰিয় তথা সুপৰিচিত তেওঁৰ গদ্যশৈলীক “বেনুধৰী গদ্য’ হিচাপে জনা যায়। বুৰঞ্জীৰ নিৰ্জীৱ ঘটনাক জীৱন্ত ৰূপত দাঙি ধৰাটো শৰ্মাৰ ৰচনাৰ অন্যতম বৈশিষ্ট্য।

বেনুধৰ শৰ্মাই ৰচনা কৰা বহু গ্ৰন্থৰ ভিতৰত ৰাংপতা(১৯৪৩), মঙলতীৰ কণ্ঠমালা(১৯৪৬), মনিৰাম দেৱান(১৯৫০),দূৰবীণ(১৯৫১), কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত(১৯৫৯),অৰ্ঘাৱলী(১৯৬৭), ফুল চন্দন(১৯৬৮), মৰমৰ কাৰেং(১৯৬৮) আদি অন্যতম।

১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰিত বেনুধৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে। ১৯৮৩চনত তেওঁক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা আগবঢ়োৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd