• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফ্ৰেইমৱৰ্ক চুক্তিৰ ৰূপায়ণ শীঘ্ৰেই লাগে; দিল্লীত আজি নাগা ছাত্ৰ সংগঠনৰ সমদল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 25, 2019 8:22 am

2 min read

NSF_Rally_Delhi
5.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু নাগালেণ্ডক দুটা পৃথক ৰাজনৈতিক সত্তা হিচাপে স্বীকৃতি দিয়া ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টক সোনকালেই কাৰ্য্যকৰী কৰাৰ দাবীত আজি নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে নাগা ছাত্ৰ সন্থাৰ দিল্লীৰ গোটৰ সহযোগত ৰাষ্ট্ৰীয় ৰাজধানীখনত এটা সমদল উলিয়াব।

“Implement the Principles of Framework Agreement” মূল বক্তব্যৰে ৰেলিটো মান্দি হাউছৰ পৰা পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটলৈ উলিওৱা হ’ব বুলি নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিটো কোৱা হৈছে।

অলপতে প্ৰধান মন্ত্ৰী মোদীয়ে দুয়োটা পক্ষৰ মাজৰ মানুহ হিচাপে কাম কৰি থকা আৰ এন ৰবিক সংবিধানৰ গণ্ডীৰ ভিতৰতে বিষয়টোৰ সমাধান সূত্ৰ উলিয়াবলৈ তিনি মাহৰ সময় ধৰি দিয়া পৰামৰ্শটোৰ বিৰোধিতা কৰি ছাত্ৰ সংগঠনকেইটাই এই সমদল উলিয়াব বুলি জানিবলৈ দিয়ে।

মোদীৰ এই পৰামৰ্শই ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত হোৱা ফ্ৰেইমৱৰ্ক চুক্তিৰ নীতি অগ্ৰাহ্য কৰিছে বুলি ছাত্ৰ সংগঠনকেইটাৰ দাবী।

ফ্ৰেইমৱৰ্ক চুক্তি স্বাক্ষৰ কৰা হৈছিল ভাৰত আৰু নাগালিমৰ মাজত সাৰ্বভৌমত্বৰ ভাগ-বাটোৱাৰা, দুয়োটা সত্তাৰ শান্তিপূৰ্ণ সহাৱস্থান আৰু নাগাসকলৰ মৌলিক ইতিহাস আৰু পৰিস্থিতিৰ –এই নীতিবোৰৰ আধাৰত সমাধান সূত্ৰ বিচৰাৰ বুজাবুজিৰে, বিবৃতিটোত কোৱা হয়।

“গতিকে নাগাসকলৰ ভৱিষ্যতৰ জিম্মাদাৰ হিচাপে নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে দুয়ো পক্ষৰ বহু জীৱন লোৱা দীৰ্ঘদিনীয়া ভাৰতীয়-নাগা সংঘাতটোৰ সমাধানত ভাৰত চৰকাৰৰ সদিচ্ছা আৰু ৰাজনৈতিক দৃষ্টিভংগিক লৈ প্ৰশ্ন কৰিবলৈ বাধ্য ”, বিবৃতিটোত সংগঠনকেইটাই কয়।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd