DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুদিনীয়া ভ্ৰমণসূচীৰে আজি বিয়লি গুৱাহাটীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2018 10:41 am
ram-nath-kovind-2-2-678x381

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ফাইল ফটো

293
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । বৃহস্পতিবাৰে বায়ুসেনাৰ এক বিশেষ কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি গৰাকীয়ে বিশেষ বিমানেৰে বিয়লি প্ৰায় ৩.২৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব।

ৰাষ্ট্ৰপতিজনক বিমানবন্দৰত আদৰণি জনাবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখীৰ লগতে ৰাজ্য প্ৰশাসন, আৰক্ষী আৰু সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব।

বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতি গৰাকীয়ে পোনে পোনে ৰাজভৱনলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বৰঝাৰত বায়ুসেনা বাহিনীয়ে বিভিন্ন কাৰ্যকলাপৰ লগতে ১১৮খন হেলিকপ্টাৰৰ এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিছে আৰু সেই অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় বায়ুসেনা বাহিনী।

আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দুদিনীয়া ভ্ৰমণসূচীৰ সময়ত যাতে নিৰাপত্তাৰ দিশটোত কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মহানগৰৰ বিভিন্ন স্থানত ন’ পাৰ্কিং ঘোষণা কৰাৰ লগতে দুদিনৰ বাবে ৩২ আৰু ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd