• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কেন্দ্ৰীয় মন্ত্ৰী ৰিজেজুক বিদ্যালয়ৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ বাধ্য কৰিলে অকণমানি কন্যাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2018 2:04 pm
DoVZUorXgAAJ8Zn
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী কিৰেন ৰিজেজুক নিজৰ বিদ্যালয়ৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ বাধ্য কৰিলে তেওঁৰ অকণমানি কন্যাই।  এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিজৰ ব্যস্ততাপূৰ্ণ সময়সূচীৰ পৰা সময় ৰাহি কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হ’লগৈ তেওঁৰ কন্যাৰ বিদ্যালয়ত।

অন্য দহগৰাকী ব্যস্ত পিতৃ-মাতৃৰ দৰেই ৰিজেজুয়েও কৰ্মস্থলী আৰু গৃহস্থালীৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলগীয়া হৈয়।

Apply Now

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি ৰিজেজুৰ কন্যাজনীয়ে তাইৰ বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এটা অনুষ্ঠানত দেউতাকক উপস্থিত থাকিবলৈ এটা অকাট্য যুক্তিৰে বাধ্য কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে, ‘‘অৱশেষত প্ৰথমবাৰৰ বাবে মই মোৰ কন্যাৰ বিদ্যালয়ত অনুষ্ঠিত ‘ককা-আইতা দিৱস’ত উপস্থিত থাকিবলৈ অলপ সময় পালোঁ।‘’

ৰিজেজুৱে কৈছে যে তেওঁ বিদ্যালয়লৈ যোৱাত তাএওঁৰ কন্যাজনী ‘অতি উত্তেজিত’ হৈ পৰিছিল।

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ফটোখনে যথেষ্ট মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৰিজেজুৱে এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ কন্যাজনীয়ে অভিযোগ কৰিছে যে মাকে তাইৰ নাচ চাবলৈ সদায় বিদ্যালয়লৈ যায়, কিন্তু তেওঁহে নাযায়।

This is how my little daughter convinced me to attend her school's "Grandparents Day" for the first time. pic.twitter.com/ZaIt3y658D

— Kiren Rijiju (@KirenRijiju) September 30, 2018

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যেতিয়া অকণমানি ছোৱালীজনীক নিজৰ ব্যস্ত কৰ্মসূচীৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছিল তাই তৎক্ষণাত উত্তৰ দিছিল, ‘‘তুমি তোমাৰ বছক কোৱা যে তুমি তোমাৰ ছোৱালীৰ বিদ্যালয়লৈ যাবলগীয়া আছে। তেতিয়া তোমাৰ বছে তোমাক ৰেহাই দিব।‘’

টুইটাৰত অকণমানি ছোৱালীজনীৰ এই  উত্তৰবোৰ জনপ্ৰিয় হৈ পৰিছে।  কিছুমানে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁৰ জীয়ৰীৰ সৈতে  অধিক সময় কটাবলৈ পৰামৰ্শ দিছে। আন কিছুমানে ৰিজেজুক এটা দিনৰ ছুটি দিবলৈ তেওঁৰ ‘বছ’ প্ৰধান মন্ত্ৰী মোডীক ‘টেগ’ কৰিবলৈ আৰম্ভ কৰিছে।‘’

অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰিজেজুৱে জীয়েকৰ বিদ্যালয়ত অনুষ্ঠিত ‘ককা-আইতা দিৱস’ত উপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘‘তাইৰ ককা-আইতাক কোনো এগৰাকীৰ অনুপস্থিতিত ‘‘অৱশেষত মোৰ কন্যাৰ বিদ্যালয়ত অনুষ্ঠিত ‘ককা-আইতা দিৱস’ত উপস্থিত থকাৰ সময় উলিয়ালোঁ।’’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd