DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শেষ মুহূর্তত বাতিল হ’ব পাৰে অলিম্পিক গেমছ! কি ক’লে আয়োজক কমিটিৰ মুৰব্বীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2021 8:43 pm
tokyo-olympic-750x351
308
VIEWS
Share on FacebookShare on Twitter

আশংকা এটা আছিলেই আৰু সেই আশংকাক নতুন মাত্ৰা দিলে অলিম্পিক আয়োজক কমিটিৰ মুৰব্বী টেছিৰো মূটোই।

মূটোই জানিবলৈ দিয়ে যে আয়োজক কমিটিয়ে কৰ’না মোকাবিলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু তথাপি যদি পৰিস্থিতিয়ে দাবী কৰে তেতিয়া গেমছ বাতিল কৰা হ’ব পাৰে।

টকিঅ’ত মঙলবাৰে এক সংবাদমেলত মূটোই কয় যে কৰ’নাত আক্ৰান্তৰ সংখ্য সঠিককৈ কিমান হ’ব সেয়া আগতীয়াকৈ ক’ব নোৱাৰো। কিন্তু ইয়াক প্ৰতিৰোধ কৰাৰ বাবে আমি চেষ্টা চলাই যাব পাৰো।

তেওঁ লগতে কয় যে এই মুহূৰ্তত কৰ’না আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বা হ্ৰাস পাবও পাৰে। যদি দেখা যায় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যায় তেতিয়া সেই অনুসৰি সিদ্ধান্ত লোৱা হ’ব।

বৰ্তমান টকিঅ’ত কৰ’নাৰ সংক্ৰমণ বহুত বৃদ্ধি পাইছে। যোৱা বছৰ কৰ’নাৰ বাবেই অলিম্পিক এবছৰৰ বাবে পিছুৱাই দিয়া হৈছিল।

এইবাৰ দৰ্শক অবিহনে অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় যদিও এইবাৰো কৰ’নাৰ বাবে গেমছ বাতিল কৰা সম্ভাৱনা আছে।

বাতৰি অনুসৰি, আৰু কেইগৰাকীমান এথলেটৰ কৰ’না পজিটিভ ধৰা পৰিছে যদিও এতিয়ালৈকে সেয়া আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd