• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা কঢ়িয়াই নিব মেৰীকম,মনপ্ৰীত সিঙে

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2021 8:46 pm
mary-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাতংকৰ মাজতে অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ জাতীয় পতাকা কঢ়িয়াই নিব উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ বক্সিং চেম্পিয়ন মেৰীকমৰ লগতে ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে।

ভাৰতীয় অলিম্পিক এছ’চিয়েছনে এই কথা টকিঅ’ অলিম্পিকৰ আয়োজক সমিতিক আনুষ্ঠানিক ভাবে জনাইছে।

Apply Now

উল্লেখ্য জৰ্দানৰ ৰাজধানী আমানত অনুষ্ঠিত অলিম্পিকৰ যোগ্যতা অৰ্জন মেচৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি মণিপুৰী বক্সাৰ এম চি মেৰীকমে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনছৰ আইৰিছ মেগনোৰ বিৰুদ্ধে খেলি সহজ বিজয় সাব্যস্ত কৰিছিল।

ভাৰতৰ মহান বক্সাৰ গৰাকীৰ এয়া হ’ব দ্বিতীয় অলিম্পিক। ইয়াৰ পূৰ্বৰ অৰ্থাৎ ২০১৬ ৰিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল মেৰীকম।

মেৰীকমে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশ লৈছিল ২০১২ত। লণ্ডনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত মেৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

মেৰীকমৰ পূৰ্বে অসমৰ লাভলিনা বৰগোহাঁই, পূজা ৰাণী আৰু বিকাশ কৃষ্ণনেও টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

টকিঅ’ অলিম্পিকতেই প্ৰথমবাৰৰ বাবে ভাৰতৰ দুগৰাকী পতাকা বাহক থাকিব, তাৰে এগৰাকী মহিলা আৰু আন এগৰাকী পুৰুষ।
একেদৰে টকিঅ’ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰিব মল্লযোদ্ধা বজৰং পুনিয়াই।

উল্লেখ্য টকিঅ’ অলিম্পিক ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’ব।

এই বৃহত্তম ক্ৰীড়া সমাৰোহত ভাৰতৰ ১০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই অলিম্পিক এবছৰৰ বাবে পিচুৱাই দিয়া হৈছিল।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd