• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰে সলনি কৰিব পাৰে টোল নীতি, সলনি কৰা হ’ব পাৰে টোল টেক্সৰ নিয়ম!

by
October 17, 2022 5:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে সলনি কৰিব পাৰে টোল নীতি, সলনি কৰা হ’ব পাৰে টোল টেক্সৰ নিয়ম! প্ৰকাশিত খবৰ মতে কেন্দ্ৰীয় চৰকাৰে টোল নীতিৰ ব্যাপক সংশোধন তথা সলনিৰ বাবে প্ৰস্তুতি চলাইছে।

তথ্য অনুসৰি ইতিমধ্যে কিন্তু IITৰ BHU অৰ্থাৎ বেনাৰস হিন্দুবিশ্ববিদ্যালয়ৰ কেম্পাছক এই নতুন টোল লাইন প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য সদৰী কৰা নাই। কিন্তু IITৰ BHUৰ সংশ্লিষ্ট বিভাগক নতুন টোল নীতি প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়া বুলি প্ৰকাশ পাইছে। এই কথা প্ৰকাশ কৰিছে প্ৰতিষ্ঠানখনৰ এগৰাকী অধ্যাপকে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি কয় যে তেওঁ কয়ে যে গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰালয়ৰ পৰা PCU প্ৰস্তুত কৰাৰ এক প্ৰকল্প লাভ কৰিছে।

Apply Now

ইয়াৰ পাছতে অহা বছৰৰ পৰা দেশত নতুন টোল নীতি প্ৰৱৰ্তন কৰা হ’ব বুলি চৰ্চা চলিছে। নতুন টোল নীতিৰ মতে GPS ভিত্তিত নতুন টোল কৰ সংগ্ৰহ কৰা হ’ব পাৰে। ইয়াৰ লগতে GPS ব্যৱস্থাৰ বাহিৰেও গাড়ীৰ আকাৰৰ ভিত্তিত টোল সংগ্ৰহ কৰাৰ সম্ভাৱনাও আছে। উল্লেখ্য যে বৰ্তমান নিৰ্দিষ্ট দূৰত্বৰ ভিত্তিত নিৰ্ধাৰিত মানৰ টোল সংগ্ৰহৰ কৰি অহা হৈছে।
নতুন টোল নীতিত সংশ্লিষ্ট বাহনখনে পথত পাৰ কৰা সময় আৰু দূৰত্বৰ ভিত্তিত বাহনখনৰ টোল কৰ সংগ্ৰহৰ কৰা হ’ব পাৰে। এই ক্ষেত্ৰত বাহনখনৰ আকাৰ আৰু বাহনখনে ৰাজপথৰ কিমান অংশ ব্যৱহাৰ কৰিছে তাকো পৰিমাপণ কৰা হ’ব পাৰে। বাহনখনৰ ওজনো মূল্যায়ন কৰা হ’ব।

যদি এই পদ্ধতিৰে টোল কৰ সংগ্ৰহ কৰা হয়, তেন্তে ই সৰু বাহনৰ গৰাকী আৰু কম দূৰত্ব ভ্ৰমণ কৰা লোকসকলে সকাহ পোৱাৰ সম্ভাৱনা আছে।
অৱশ্যে IIT BHU এই প্ৰকল্পৰ কাম অপৰ্ণ কৰা হৈছে যদিও এতিয়াও ইয়াৰ কাম আৰম্ভ হোৱা নাই বুলি প্ৰকাশ পাইছে। কিন্তু IIT BHUক এই প্ৰকল্প অপৰ্ণ কৰাৰ বাবেই দেশত টোল নীতি সলনি হোৱাটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd