• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Tomato Flu Outbreak in India: ভাৰতত বৃদ্ধি পাইছে টমেট’ ফ্লু; ৮২ জনৰ শৰীৰত হৈছে চিনাক্ত, জানক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2022 11:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Tomato flu is spreading in India ভাৰতে কৰোনা ভাইৰাছ আৰু মাঙ্কিপক্সৰ সৈতে যুঁজি থকাৰ সময়তে এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি আহিছে ‘টমেট’ ফিভাৰ’ বা ‘টমেট’ ফ্লু’ নামৰ ৰোগটো। স্বাভাৱিকতে ই এক নতুন উদ্বেগৰ কাৰণ হৈ পৰিছে।

এতিয়ালৈকে ভাৰতত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা হৈছে ৮২জন। দ্য লেঞ্চেট ৰেস্পিৰেটৰী জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি প্ৰাথমিকভাৱে কেৰালাৰ কোল্লামত পাঁচ বছৰৰ তলৰ শিশুৰ মাজত এই ৰোগৰ ঘটনা সৰ্বাধিক দেখা গৈছে। যোৱা ৬ মে পৰ্যন্ত প্ৰতিবেদনৰ আধাৰত এইটো কোৱা হৈছে।

লগতে পঢ়ক: FIFA ban AIFF Impact: প্ৰধানমন্ত্ৰী মোডীৰ ফোনেও নিদিলে কাম; হতাশ হৈ ঘৰলৈ উভতিছে গোকুলম কেৰালা এফ চি

Apply Now

দ্য লেঞ্চেটৰ প্ৰতিবেদনত কোৱা হৈছে, ‘’যেতিয়া আমি কোভিড-১৯ৰ চতুৰ্থ ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছিলো তেতিয়াই আন এটা সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰিছিল। এই সময়ত ভাৰতৰ কেৰালাত পাঁচ বছৰৰ তলৰ শিশুৰ মাজত টমেট’ ফ্লু বা টমেট’ ফিভাৰ নামেৰে জনাজাত এটা নতুন ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰিছে।”

প্ৰতিবেদনত এইটো স্পষ্ট কৰি দিয়া হৈছে যে টমেট’ ফ্লু  মুঠেও সহজভাৱে লোৱা সংক্ৰমণ নহয়।

প্ৰতিবেদন অনুসৰি এই সংক্ৰামক ৰোগটো কেৰালাৰ আঞ্চল, আৰিয়ানকাভু আৰু নেদুভাথুৰ অঞ্চললৈ বিয়পি পৰিছে। চুবুৰীয়া ৰাজ্যসমূহকো ৰোগটোৰ বাবে সতৰ্ক কৰি দি কোৱা হৈছে যে এই ক্ষেত্ৰত তামিলনাডু আৰু কৰ্ণাটকৰ দৰে চুবুৰীয়া ৰাজ্যসমূহ সতৰ্ক হৈ থাকিব লাগে।

লগতে পঢ়ক: স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা; আহত মহিলাৰ ক্ষতস্থানত কণ্ড’মৰ পেকেটেৰে বেণ্ডেজ

টমেট’ ফিভাৰ বা টমেট’ ফ্লু কি?

টমেট’ ফ্লু বা টমেট’ ফিভাৰ হৈছে এক বিৰল ভাইৰাছ সংক্ৰমিত ৰোগ যাৰ ফলত ছালত ৰঙা চেকোৰা, জ্বলা-পোৰা আৰু ডিহাইড্ৰেচন হয়।

এই সংক্ৰমণৰ সৈতে টমেট’ বা  বিলাহীৰ কোনো সম্পৰ্ক নাই। অৱশ্যে, যেতিয়া এই ৰোগত আক্ৰান্ত হয়, ৰঙা ফোঁহা ছালত দেখা দিয়ে। তাৰ পৰাই ইয়াক টমেট’ ফিভাৰ বা টমেট’ ফ্লু নাম দিয়া হৈছে। এইটো এতিয়াও পাঁচ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত আটাইতকৈ সচৰাচৰ বিয়পি থকা বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক: ঋণ বিচৰা গ্ৰাহকক ব্লেকমেইল কৰি ৫০০ কোটি টকা সৰকোৱা চক্ৰ উৎখাত; ২২ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

দাগ আৰু ছালৰ জ্বলা-পোৰাৰ উপৰিও ইয়াত ভাইৰেল ৰোগৰ কিছুমান সচৰাচৰ লক্ষণ দেখা দিয়ে। দেখা গৈছে যে ই সংক্ৰমিত হ’লে সাধাৰণতে-

  • অত্যাধিক জ্বৰ হয়
  • শৰীৰৰ বহু অংশত বিষ হ’ব পাৰে।
  • গাঁঠি বা হাঁড় ফুলিব পাৰে
  • ডিহাইড্ৰেচন হয়
  • বৰ ভাগৰ লাগে

শিশুটোৰ যদি টমেট’ ফিভাৰ বা টমেট’ ফ্লুৰ লক্ষণ আছে, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ওক। সংক্ৰমিত শিশুটোক ফোঁহা খজুওৱাৰ পৰা বিৰত ৰাখিব লাগিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। নিৰ্দিষ্ট পৰিমাণত পানী খুৱাব লাগিব। ইয়াৰ লগতে সঠিক পৰিমাণে জিৰণি ল’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd