কাইলৈ দেশৰ গণৰাজ্য দিৱস। এই দিনটোতেই ১৯৫০ চনত বলৱৎ হৈছিল ভাৰতীয় সংবিধান। তেতিয়াৰে পৰা প্ৰত্যেক বছৰে দেশত এই দিনটোক গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হৈছে।
গণৰাজ্য দিৱস উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিখন জিলাতে পালন কৰা হ’ব বিশ্বৰ সকলোতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখনৰ গণৰাজ্য দিৱস। প্ৰতিখন জিলাতেই পতাকা উত্তোলন কৰিব বিভিন্ন বিভাগৰ বিষয়া আৰু মন্ত্ৰী-বিধায়কে।
জানো আহক, কাইলৈ অসমত কোনে ক’ত পতাকা উত্তোলন কৰিব –
গুৱাহাটী (খানাপাৰা) – ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
ডিব্ৰুগড় – মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
দৰং – ৰণজিৎ কুমাৰ দাস
শিৱসাগৰ – অতুল বৰা

বঙাইগাঁৱ – কেশৱ মহন্ত
নলবাৰী – জয়ন্ত মল্ল বৰুৱা
বৰপেটা – নন্দিতা গাৰ্লোচা
চিৰাং – ইউ জি ব্ৰক্ষ্ম
কামৰূপ – চন্দ্ৰমোহন পাটোৱাৰী
ধেমাজি – ডাঃ ৰণোজ পেণ্ড

নগাঁৱ – অশোক সিংঘল
মাহমৰা – যোগেন মহন
গোলাঘাট – অজন্তা নেওগ
শোণিতপুৰ – পীযুষ হাজৰীকা
যোৰহাট – বিমল বড়া
তিনিচুকীয়া – প্ৰশান্ত ফুকন
কাছাৰ – কৌশিক ৰায়
শ্ৰীভূমি – কৃষ্ণেন্দু পাল
লখিমপুৰ – ৰূপেশ গোৱালা
ডিফু – তুলিৰাম ৰংহাং
কোকৰাঝাৰ – প্ৰমোদ বড়ো
হাফলং – দেৱলাল গাৰ্লোচা
গোৱালপাৰা – ডাঃ নোমল মমিন
ওদালগুৰি – গোবিন্দ বসুমতাৰী





