• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমৰাৱতীত নুপূৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰি হত্যাৰ বলি হোৱা কেমিষ্টৰ হত্যাক গাপ দিব বিচাৰিছিল আৰক্ষীয়ে, সাংসদ নৱনীত ৰাণাৰ দাবী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 3, 2022 5:58 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদকলৈ কৰা মন্তব্যৰ পাৰ্শ্ব ক্ৰিয়া হিচাবে শেহতীয়াকৈ দেশত একাধিক হত্যাকাণ্ড সংঘটিত হৈছে। ইয়াৰ মাজতে অমৰাৱতীতত হত্যা কৰা হৈছে এজন কেমিষ্টক।

কেমিষ্ট হত্যাৰ সমগ্ৰ ঘটনাটোকে আৰক্ষীয়ে গাপ দিব বিচাৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদ নৱনীত ৰাণাই। ৰাণাই এই প্ৰসংগত অভিযোগ কৰে যে অমৰাৱতীৰ আৰক্ষী আয়ুক্ত আৰতি সিঙে চহৰখনত ৫৪ বছৰীয়া ৰসায়নবিদগৰাকীৰ হত্যাৰ গোচৰটো “গাপ ” দিয়াৰ চেষ্টা কৰিছিল ।

Apply Now

সেয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে ৰাণাই। পূব মহাৰাষ্ট্ৰ চহৰৰ ৫৪ বছৰীয়া ৰসায়নবিদ উমেশ প্ৰহ্লাদৰাও কোলহেই নিলম্বিত বিজেপি নেত্ৰী নুপূৰ শৰ্মাক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট দিছিল। ইয়াৰ পিছতে তেওঁক মৌলবাদীয়ে হত্যা কৰে। সাংসদ ৰাণাই এই হত্যাকাণ্ডৰ উচিৎ তদন্ত দাবী কৰাৰ লগতে আৰক্ষীয়ে কিয় ঘটনাটো গাপ দিব বিচাৰিছিল তাৰো উত্তৰ বিচাৰে।

ৰাণাই কয় যে আৰক্ষীয়ে প্ৰথমে কৈছিল যে এইটো এটা ডকাইতিৰ ঘটনা আছিল আৰু এনেদৰেই আৰক্ষীয়ে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল। অমৰাৱতীৰ আৰক্ষী আয়ুক্ত আৰতি সিঙৰ বিৰুদ্ধেও তদন্ত কৰিব লাগিব বুলি সেয়ে ৰাণাই দাবী জনায়। তেওঁ লগতে কয় যে আৰক্ষীয়ে শনিবাৰে উমেশ প্ৰহ্লাদৰাও কোলহেৰ হত্যাৰ অভিযুক্ত মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছিল আৰু গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক হস্তান্তৰ কৰা হৈছিল। ঘটনাটোত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাগপুৰৰ স্থানীয় বাসিন্দা ৩২ বছৰীয়া ইৰফান খানক।

তেওঁ কলহেক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । ইয়াৰ পূৰ্বে আৰক্ষীয়ে মুদাছাৰ আহমেদ ওৰফে চনু ৰাজা শ্বেখ ইব্ৰাহিম (২২), শ্বাহৰুখ পাঠান ওৰফে বদশাশা হিদায়াত খান (২৫), আব্দুল তৌফিক ওৰফে নানু শ্বেখ তাছলিম (২৪), শ্বুব খান ওৰফে ভূৰ্য চাবিৰ খান (২২), আতিব ৰছিদ আদিল ৰছিদ (২২) আৰু ইউছুফ বাহাদুৰ খান (৪৪)ক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd