• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নায়ক হ’ব খুজি খলনায়ক…! হত্যাৰ অভিযোগত পত্নীসহ গ্ৰেপ্তাৰ দক্ষিণৰ জনপ্ৰিয় অভিনেতা দৰ্শন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 11, 2024 6:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাড়া ভাষাৰ প্ৰখ্যাত চলচ্চিত্ৰ অভিনেতা দৰ্শন থূগুদীপা আৰু তেওঁৰ পত্নী পবিত্ৰ গৌড়াক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মঙলবাৰে আৰক্ষীয়ে প্ৰথমে দৰ্শন আৰু পিছত পবিত্ৰক গ্ৰেপ্তাৰ কৰে । কৰ্ণাটকৰ অতি জনপ্ৰিয় ৪৭ বছৰীয়া কানাড়া অভিনেতাগৰাকী আৰু তেওঁৰ পত্নীক প্ৰথমে মহীচুৰুৰ এটা ফাৰ্ম হাউছৰ পৰা গ্ৰেপ্তাৰ কৰি বেংগালুৰুলৈ অনা হয়।

Apply Now

দুয়োকে পৃথকে পৃথকে জেৰা কৰাত দুয়োৰে কথাবোৰ অসংলগ্ন হোৱাৰ বাবে আৰক্ষীৰ সন্দেহ আৰু অধিক তীব্ৰতৰ হৈ পৰে।

এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আন ১০জনকো জিম্মাত লৈছে আৰক্ষীয়ে।

জানিব পৰা মতে, যোৱা ৯ জুন তাৰিখে বেংগালুৰুৰ সুমনাহল্লী দলঙৰ সমীপত ৩৩ বছৰীয়া ৰেনুকাস্বামী নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁ চিত্ৰদুৰ্গাৰ এখন সুনাম ঔষধৰ দোকানত কাম কৰিছিল। দৰ্শনৰ দ্বিতীয় পত্নী পবিত্ৰলৈ এই লোকজনে গালি-গালাজ বাৰ্তা প্ৰেৰণ কৰিছিল। সোমবাৰে আৰক্ষীৰ হাতত ধৰা পৰা ৩ জন লোকে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তেওঁলোকে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি  দৰ্শনৰ নিৰ্দেশত ব্যক্তিজনক হত্যা কৰিছিল তেওঁলোকে।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে কানাড়া চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় নায়ক দৰ্শন। কেৱল অভিনয়েই নহয়, বাংগালুৰু চলচ্চিত্ৰ জগতৰ প্ৰযোজক আৰু বিতৰক হিচাপেও তেওঁৰ ৰাষ্ট্ৰীয় খ্যাতি আছে।

আনহাতে দৰ্শনৰ দ্বিতীয় পত্নী পবিত্ৰও এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰীও। ইয়াৰ পূৰ্বে দৰ্শনে প্ৰথম পত্নী বিজয়া লক্ষ্মীৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে ১৪ দিন কাৰাগাৰত কটাবলগীয়া হৈছিল দৰ্শনে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰেনুকাস্বামীক দৰ্শনৰ গেৰেজত হত্যা কৰা হৈছে। একাধিক অস্ত্ৰৰে আঘাত কৰি হত্যা কৰাৰ সময়ত সেই স্থানত উপস্থিত আছিল অভিনেতাগৰাকী।

ইফালে মৃত যুৱকজনৰ মৃতদেহৰ অধিকাংশই কুকুৰে খাই পেলোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে প্ৰথমে সন্মুখৰ এটা বাসগৃহৰ নিৰাপত্তাৰক্ষীৰ পৰা এই তথ্য লাভ কৰে।

আজি কৰ্ণাটকৰ গৃহমন্ত্ৰীয়ে কয় যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডৰ লগত তেওঁ জড়িত নেকি সেয়া তদন্তৰ অন্ততহে ক’ব পৰা যাব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd