• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চি আৰ পি এফৰ সৈতে সংঘৰ্ষত শীৰ্ষ নক্সালবাদী নেতাৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2020 4:39 pm

1 min read

চি আৰ পি এফৰ সৈতে সংঘৰ্ষত শীৰ্ষ নক্সালবাদী নেতাৰ মৃত্যু
172
VIEWS
Share on FacebookShare on Twitter

চি আৰ পি এফৰ সৈতে যোৱা সংঘৰ্ষত ঝাৰখণ্ডত সোমবাৰে এগৰাকী শীৰ্ষ পৰ্যায়ৰ নক্সালবাদীৰ মৃত্যু হয়।

ঝাৰখণ্ডৰ খুন্তি জিলাত সোমবাৰে চি আৰ এফৰ টহলদাৰী দলৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত গিদান গুদিয়াৰ মৃত্যু হয়।

গিদান গুদিয়া নিষিদ্ধ নক্সালবাদী সংগঠন পিপল’ছ লিবাৰেশ্যন ফ্ৰণ্ট অফ ইণ্ডিয়া(পিএলএফআই)ৰ নেতা আছিল।

‘‘আমাৰ জোৱান সকলক উদ্দেশ্য কৰি আক্ৰমণ সংঘটিত কৰা হৈছিল আৰু আত্মৰক্ষাৰ বাবে আমাৰ জোৱান সকলে প্ৰত্যুত্তৰ দিয়ে আৰু প্ৰত্যুত্তৰত শীৰ্ষ নক্সালবাদী নেতাজনৰ মৃত্যু হয়,’’ আৰক্ষীয়ে উল্লেখ কৰে।

আনহাতে, চি আৰ পি এফৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত আন এগৰাকী পি এল এফ আই নেতা দিনেশ গোপে পলায়ন কৰিবলৈ সক্ষম হয়।

পলায়ন কৰা গোপেৰ সন্ধানত বৰ্তমানো চি আৰ পি এফৰ দলে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd