• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ পৌৰসভা এলেকা সমূহত ৯ জুলাইৰ পৰা সম্পূৰ্ণ লকডাউন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 9:17 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ দৰে যোৰহাটতো গণ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰি যোৰহাটৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশে পৌৰসভাৰ অধীনৰ এলেকাসমূহত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷

যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে জনোৱা অনুসৰি, অহা ৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ১৫ জুলাইলৈকে এসপ্তাহজোৰা লকডাউন ঘোষণা কৰা হৈছে৷

Apply Now

দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ধাৰা ৩৪ ৰ অধীনত জিলাখনৰ পৌৰসভাৰ অধীনৰ এলেকাত লকডাউন ঘোষণা কৰা হয় বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।

আজিৰ পৰা ৯ জুলাইৰ সন্ধিয়ালৈকে পৌৰসভাৰ অধীনৰ সকলো দোকান-পোহাৰ খোলা ৰাখিব পাৰিব। কিন্তু ৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পিছৰ পৰা সকলোধৰণৰ দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কার্যালয়, যান-বাহনৰ চলাচল বন্ধ থাকিব৷

কেৱল স্বাস্থ্য সেৱা, নির্বাচিত ডিপো আৰু গেছ এজেঞ্চি, সংবাদ সেৱাকে ধৰি অত্যাৱশ্যকীয় সেৱা সমূহহে খোলা থাকিব৷

উল্লেখ্য যে, সোমবাৰে ভ্রমণ বৃত্তান্ত নথকা তিনিজন লোকৰ দেহত কভিড-১৯ পজিটিভ ওলোৱা ঘটনাই যোৰহাটবাসীক আতংকিত কৰি তুলিছে৷

জানিব পৰা মতে, সোমবাৰে আক্রান্ত হোৱা ভ্রমণ বৃত্তান্ত নথকা এজন ব্যক্তি নগৰৰ শাক-পাচলিৰ পাইকাৰী বিক্রেতা৷ যোৰহাট নগৰৰ পাচনি বৰা চুকৰ নিৱাসী ভৱ দাসৰ কিছুদিন ধৰি জ্বৰ হোৱাত তেওঁ জে এম চি এইচত নিজে গৈ কভিড-১৯ৰ স্বাবৰ নমুনা দিয়ে৷

হ’ম কোৱাৰেণ্টাইনত থকা লোকজন এসপ্তাহজুৰি শাক-পাচলি বিক্রী প্রতিষ্ঠানলৈ যোৱা নাই বুলি জানিব পৰা গৈছে৷ ইফালে অন্যগৰাকী কৰ’না আক্রান্ত হৈছে পকীমুৰি হাবিগাঁৱৰ জীনামণি কলিতা৷

ইফালে গড়মূৰৰ ইটাখুলিৰ ৬০ বছৰীয়া পাৰুল ঘোষ নামৰ এগৰাকী মহিলাৰ দেহতো ধৰা পৰিছে কভিড-১৯৷ মহিলাগৰাকীৰো কোনোধৰণৰ ভ্রমণ বৃত্তান্ত নাছিল৷

আনহাতে, মহাৰাষ্ট্রৰ পৰা অহা পংকজ দুৱাৰা নামৰ এজন যুৱকৰ দেহতো পাইছে কৰ’না ভাইৰাছ৷ তেওঁ টীয়কৰ ভগামুখৰ জেলেংগীটুপৰ নিৱাসী৷ যোৱা ২৬ জুনতে তেওঁ যোৰহাট স্ত্রুীনিং কেন্দ্রত স্বাস্থ্য পৰীক্ষা কৰিছিল৷

উল্লেখযোগ্য যে আজি আক্রান্ত হোৱা তিনিগৰাকীকে ধৰি যোৰহাটত ২০ গৰাকীলৈ বৃদ্ধি পালে ভ্রমণ বৃত্তান্ত নথকা কৰ’না আক্রান্তৰ সংখ্যা৷

জিলাখনৰ আক্রান্ত অঞ্চলসমূহত কণ্টেইনমেণ্ট জ’ন কৰি প্রশাসনে কৰ’না ভাইৰাছ প্রতিৰোধৰ প্রচেষ্টা চলাইছে৷ আনহাতে, আক্রান্তসকলৰ প্রত্যক্ষ সংস্পর্শলৈ অহাসকলৰ স্বাস্থ্য বিভাগে স্বাব সংগ্রহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd