• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত কৰ’নাত মৃত্যুৰ সংখ্যা ১২জনলৈ বৃদ্ধি; কেইবাখনো ৰাজ্যত বাঢ়িছে আক্ৰান্তৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2020 8:46 am
3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ১২৬ টা নতুন ঘটনা পোহৰলৈ আহিছে।

সমগ্ৰ দেশতে আক্ৰান্তৰ সংখ্য ৬৮৬জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত এতিয়ালৈকে ১২ জন লোক মৃত্যুমুখত পৰিছে।

Apply Now

ইয়াৰ বিপৰীতে ৪৩ লোক সুস্থ হৈ উঠিছে। অৰ্থাৎ এতিয়া দেশত ৬৩১টা সক্ৰিয় কৰ’না আক্ৰান্ত ঘটনা আছে।

দেশৰ ২৬খন ৰাজ্য কৰ’নাৰ দ্বাৰা প্ৰভাৱিত হৈছে।

কৰ’নাৰ দ্বাৰা আটাইতকৈ অধিক প্ৰভাৱিত হৈছে মহাৰাষ্ট্ৰ। ইয়াত এতিয়ালৈকে ১২৫টা ঘটনা পোহৰলৈ আহিছে। ইয়াৰে ৩জন লোকৰ মৃত্যু ঘটিছে।

এইক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পাছতে আছে কেৰালা। ইয়াত ১০১জন লোক আক্ৰান্ত হৈছে। অৱশ্যে, যোৱা ২৪ ঘন্টাত কেৰালাত কোনো নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই।

বৰ্তমানলৈ অন্ধ্ৰ প্ৰদেশত ৯টা, বিহাৰত ৬টা, ছত্তীশগড়ত ৩টা, দিল্লীত ৩০টা, গুজৰাটত ৩৬টা, হাৰিয়ানাত ১৪টা, হিমাচল প্ৰদেশত ৩টা, কৰ্ণাটকত ৪১টা, মধ্য প্ৰদেশত ২০টা, মণিপুৰত ১টা, মিজোৰামত ১টা. উৰিষ্যাত ২টা, পুডুচেৰীত ১টা, পঞ্জাৱত ২৯টা, ৰাজস্থানত ৩৬টা, তামিলনাডুত ১৬টা আৰু তেলেংগানাত ২৭টা আক্ৰান্তৰ ঘটনা সংঘটিত হৈছে।

উত্তৰ প্ৰদেশত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩৬জন হৈছেগৈ। তদুপৰি, চণ্ডীগড়ত ৭টা, জম্মু-কাশ্মীৰত ৭টা, লাডাখত ১৩টা, উত্তৰাখণ্ডত ৩টা, পশ্চিমবংগত ৯টা আৰু গোৱাত ৩টা আক্ৰান্তৰ ঘটনা সংঘটিত হৈছে।

ইপিনে, গোটেই দেশতে লকডাউন চলি থকাৰ মাজতো ৰোগীৰ সংখ্যা হ্ৰাস পোৱা নাই কিম্বা মৃত্যুৰ ঘটনা বন্ধ হোৱা নাই।

কালি মধ্য প্ৰদেশত প্ৰথমটো মৃত্যুৰ ঘটনা সংঘটিত হয়। ইন্দোৰত ৬০ বছৰীয়া এজন ব্যক্তিৰ মৃত্যু হয়। সেইদৰে তামিলনাডুৰ মাদুৰাইত এজন ব্যক্তিৰ মৃত্যু হয়। গুজৰাটত কালিয়েই দ্বিতীয়জন লোকৰ মৃত্যু ঘটে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd