• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইংৰাজসকলৰ প্ৰতি অসমৰ মানুহৰ বিদ্বেষ থকা কথাটো সত্য নহয় : অসম ভ্ৰমণৰত ইংলেণ্ডৰ দম্পতী

মিণ্টু দাস by মিণ্টু দাস
October 29, 2018 9:15 pm
799
VIEWS
Share on FacebookShare on Twitter

‘বিশ্বখ্যাত এশিঙীয়া গঁড় চোৰাংচিকাৰীৰ হাতত নিধন হোৱাতো আমাৰ সকলোৰে বাবে উদ্বিগ্নতাৰ কাৰণ। অসমৰ গঁড় অসমৰে নহয় বিশ্বৰ সম্পদ। সেয়ে এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে চৰকাৰকে ধৰি সংশ্লিষ্ট সকলো পক্ষই সম্ভৱপৰ প্ৰচেষ্টা হাতত লোৱা উচিত।’ এই মন্তব্য কৰে সুদূৰ ইংলেণ্ডৰ ইয়াকশ্বায়াৰৰ পৰা অসম ভ্ৰমণ কৰিবলৈ অহা পৰ্যটক দম্পতী জেনিঠ কোপ’ল আৰু ব্ৰায়ান কোপ’লে।

ইৰ্ষ্টান আইক’নিক টোৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক উদিত ভানু বৰঠাকুৰৰ তত্বাৱধানত অসম ভ্ৰমণ কৰা পৰ্যটক দম্পতীদ্বয়ে আজি নগাঁৱত সাংবাদিকৰে হোৱা এক অন্তৰংগ অনুষ্ঠানত অসমীয়াৰ অতিথি পৰায়ণতাত সন্তুষ্টি প্ৰকাশ কৰি কয় অসমত অসমীয়া মানুহৰ কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, খাদ্যভাস আদিয়ে তেওঁলোকক বাৰে বাৰে আকৰ্ষণ কৰে বুলি কয়।

তাৰোপৰি ইংৰাজ সকলৰ প্ৰতি অসমৰ মানুহৰ বিদ্বেষ ভাৱ থকা বুলি তেওঁলোকে এক ধাৰণা পুহি ৰাখিছিল যদিও অসমলৈ আহি সেই ধাৰণা অমূলক বুলি বৃটিছ দম্পতীদ্বয়ে ব্যক্ত কৰে।

আনহাতে অসমত সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় বুলি বহিঃদেশত প্ৰচাৰিত খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ১৭ বাৰ ভাৰত ভ্ৰমণ আৰু তিনিবাৰ অসম ভ্ৰমণৰ কালত কোনো ধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকিৰ সন্মুখীন হোৱা নাই বুলি স্পষ্ট কৰি কয়ে যে এবাৰে মাথো  কাশ্মীৰত ২০১৬ চনত তেওঁলোকে এক অশান্তজৰ্জৰ পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে।

দম্পতীদ্বয়ে নগাঁৱকে ধৰি অসমত পৰ্যটকক আকৰ্ষণ কৰা যথেষ্ট সমল আছে বুলি মন্তব্য কৰি কয় যে অসমৰ জাতীয় জীৱন, বনাঞ্চল তথা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে।

ইষ্টান আইক’নিক টোৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক উদিত ভানু বৰঠাকুৰে জনোৱা মতে জেনিঠ কোপ’ল এগৰাকী বিশেষভাৱে সক্ষম শিশুৰ বিদ্যালয়ৰ শিক্ষক হোৱাৰ বিপৰীতে ব্ৰায়ান এগৰাকী কাৰিকৰী অভিযন্তা।

উল্লেখযোগ্য যে ইষ্টান আইক’নিক টোৰচ এণ্ড ট্ৰেভেলছৰ তত্বাৱধানত ইতিপূৰ্বে ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, জাৰ্মানী আদি বহু দেশৰ পৰ্যটকে অসম ভ্ৰমণ কৰিছে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd