• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংৰাজসকলৰ প্ৰতি অসমৰ মানুহৰ বিদ্বেষ থকা কথাটো সত্য নহয় : অসম ভ্ৰমণৰত ইংলেণ্ডৰ দম্পতী

মিণ্টু দাস by মিণ্টু দাস
October 29, 2018 9:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিশ্বখ্যাত এশিঙীয়া গঁড় চোৰাংচিকাৰীৰ হাতত নিধন হোৱাতো আমাৰ সকলোৰে বাবে উদ্বিগ্নতাৰ কাৰণ। অসমৰ গঁড় অসমৰে নহয় বিশ্বৰ সম্পদ। সেয়ে এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে চৰকাৰকে ধৰি সংশ্লিষ্ট সকলো পক্ষই সম্ভৱপৰ প্ৰচেষ্টা হাতত লোৱা উচিত।’ এই মন্তব্য কৰে সুদূৰ ইংলেণ্ডৰ ইয়াকশ্বায়াৰৰ পৰা অসম ভ্ৰমণ কৰিবলৈ অহা পৰ্যটক দম্পতী জেনিঠ কোপ’ল আৰু ব্ৰায়ান কোপ’লে।

ইৰ্ষ্টান আইক’নিক টোৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক উদিত ভানু বৰঠাকুৰৰ তত্বাৱধানত অসম ভ্ৰমণ কৰা পৰ্যটক দম্পতীদ্বয়ে আজি নগাঁৱত সাংবাদিকৰে হোৱা এক অন্তৰংগ অনুষ্ঠানত অসমীয়াৰ অতিথি পৰায়ণতাত সন্তুষ্টি প্ৰকাশ কৰি কয় অসমত অসমীয়া মানুহৰ কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, খাদ্যভাস আদিয়ে তেওঁলোকক বাৰে বাৰে আকৰ্ষণ কৰে বুলি কয়।

Apply Now

তাৰোপৰি ইংৰাজ সকলৰ প্ৰতি অসমৰ মানুহৰ বিদ্বেষ ভাৱ থকা বুলি তেওঁলোকে এক ধাৰণা পুহি ৰাখিছিল যদিও অসমলৈ আহি সেই ধাৰণা অমূলক বুলি বৃটিছ দম্পতীদ্বয়ে ব্যক্ত কৰে।

আনহাতে অসমত সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় বুলি বহিঃদেশত প্ৰচাৰিত খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ১৭ বাৰ ভাৰত ভ্ৰমণ আৰু তিনিবাৰ অসম ভ্ৰমণৰ কালত কোনো ধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকিৰ সন্মুখীন হোৱা নাই বুলি স্পষ্ট কৰি কয়ে যে এবাৰে মাথো  কাশ্মীৰত ২০১৬ চনত তেওঁলোকে এক অশান্তজৰ্জৰ পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে।

দম্পতীদ্বয়ে নগাঁৱকে ধৰি অসমত পৰ্যটকক আকৰ্ষণ কৰা যথেষ্ট সমল আছে বুলি মন্তব্য কৰি কয় যে অসমৰ জাতীয় জীৱন, বনাঞ্চল তথা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে।

ইষ্টান আইক’নিক টোৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক উদিত ভানু বৰঠাকুৰে জনোৱা মতে জেনিঠ কোপ’ল এগৰাকী বিশেষভাৱে সক্ষম শিশুৰ বিদ্যালয়ৰ শিক্ষক হোৱাৰ বিপৰীতে ব্ৰায়ান এগৰাকী কাৰিকৰী অভিযন্তা।

উল্লেখযোগ্য যে ইষ্টান আইক’নিক টোৰচ এণ্ড ট্ৰেভেলছৰ তত্বাৱধানত ইতিপূৰ্বে ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, জাৰ্মানী আদি বহু দেশৰ পৰ্যটকে অসম ভ্ৰমণ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd