DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিঘিনি! ক’ভিদ ধৰা পৰাৰ পিছতে নিৰুদ্দেশ হ’ল তাজমহল দৰ্শনৰ বাবে অহা আৰ্জেণ্টিনাৰ পৰ্যটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2022 7:42 pm
Tourist Missing After Testing Covid
94
VIEWS
Share on FacebookShare on Twitter

সম্ভাৱ্য ক’ভিদ ঢৌৰ আশংকাই আতংকিত পৰি ৰাখিছে দেশ। চীনত ক’ভিদৰ পুনৰ ভয়াৱহ সংক্ৰমণৰ পাছতে ক’ভিদ প্ৰতিৰোধৰ বাবে যো-জা চলাইছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰস্তুতিৰ প্ৰাৰম্ভিক নীতি হিচাপে আন্ত:ৰাষ্ট্ৰীয় যাত্ৰীৰ ক’ভিদ পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে।

পিছে শেহতীয়া এক কাণ্ডক লৈ শলঠেকত পৰিছে প্ৰশাসন। প্ৰকাশিত খবৰ অনুসৰি, যোৱা ২৬ ডিচেম্বৰত তাজমহল পৰিদৰ্শন কৰিবলৈ অহা আৰ্জেণ্টিনাৰ এগৰাকী পৰ্যটকৰ দেহত ধৰা পৰিছিল ক’ভিদৰ উপস্থিতি।

তাজমহলত স্ক্ৰীনিংৰ সময়ত পৰ্যটকগৰাকীৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু এন্টিজেন টেষ্টত ক’ভিদ পজিটিভ পোৱাৰ লগে লগে তেওঁক তাজমহলৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।

ঘটনা সন্দৰ্ভত আগ্ৰাৰ মুখ্য চিকিৎসা বিষয়া ড০ অৰুণ কুমাৰ শ্ৰীবাস্তৱে জানিবলৈ দিয়া মতে ক’ভিদ সংক্ৰমিত বুলি ধৰা পৰাৰ পিছতে বিদেশী পৰ্যটকগৰাকী নিৰুদ্দেশ হয়।

শ্ৰীবাস্তৱে লগতে উল্লেখ কৰা মতে পৰ্যটকগৰাকীয়ে তেওঁৰ যোগাযোগৰ তথ্য ভুলকৈ প্ৰদান কৰিছিল, যাৰ ফলত তেওঁক বিচাৰি বিপদৰ সন্মুখীন হয় প্ৰশাসন। অৱশ্যে পিছত স্থানীয় কৰ্তৃপক্ষ আৰু আৰক্ষীৰ সহায়ত তেওঁক বিচাৰি উলিওৱা হয়৷

ঘটনা সন্দৰ্ভত তেওঁ কয়, “তাজমহল পৰিদৰ্শন কৰিবলৈ অহা এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ দেহত ২৬ ডিচেম্বৰত ক’ভিদ পজিটিভ পোৱা গৈছিল। এন্টিজেন টেষ্টত পজিটিভ পোৱাৰ লগে লগে তেওঁক তাজমহল চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।”

“তেওঁ আমাক যোগাযোগৰ তথ্য ভুলকৈ দিছিল। আমি ট্ৰেচ কৰিবলৈ চেষ্টা কৰাৰ পিছত অৱশ্যে স্থানীয় কৰ্তৃপক্ষ, আৰক্ষী, এ এছ আই আৰু ওচৰৰ হোটেলৰ সহায়ত নিৰুদ্দেশ হোৱা লোকজনৰ সবিশেষ জানিব পৰা যায়।”— শ্ৰীবাস্তৱে লগতে কয়।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd