• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক বিদ্ৰোহৰ পাছত মোদী চৰকাৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ভাৰত বন্ধৰ আহ্বান শ্ৰমিক সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 11:05 am
WhatsApp Image 2020-10-03 at 10.56.32 AM

প্ৰতিনিধিত্বমূলক ফটো।

584
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ব্যক্তিগতকৰণ নীতিৰ বিৰুদ্ধে কৃষক বিদ্ৰোহৰ পাছত এইবাৰ ভাৰত বন্ধৰ আহ্বান দিছে দেশৰ শ্ৰমিক সংগঠনসমূহে।

অহা ২৬ নৱেম্বৰত দেশজোৰা ধৰ্মঘটৰ আহ্বান দিছে দেশৰ দহটা শ্ৰমিক সংগঠনে।

নতুন দিল্লীত অনুষ্ঠিত সংগঠনসমূহৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি, কৰ’না পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভুল সিদ্ধান্তৰো প্ৰতিবাদ কৰা হয়।

আনহাতে, আয়কৰ সীমাৰ বাহিৰত থকা পৰিয়ালক প্ৰতিমাহে ৭,৫০০টকা আৰু প্ৰতিজন সদস্যলৈ ১০ কেজি খাদ্য সামগ্ৰী, গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিত ২০০দিনৰ কাম দিয়াকে ধৰি পাঁচটা দাবী উত্থাপন কৰা হয়।

ভাৰত বন্ধৰ আহ্বান দিয়া সংগঠনসমূহৰ ভিতৰত আছে আইএনটিইউচি, চিআইটিইউ, এআইটিইউচি, ছেবা, এইচএমএছ, টিইউচিচি, ইউটিইউচি, এআইচিচিটিইউ, এলপিএফ সহ কেন্দ্ৰীয় ট্ৰেড য়ুনিয়নসমূহ।

কেন্দ্ৰৰ এনডিএ চৰকাৰ ৰাষ্ট্ৰীয় সম্পত্তি ব্যক্তিগতকৰণত তৎপৰ হৈ পৰা বুলি অভিযোগ তুলিছে শ্ৰমিক সংগঠনসমূহে।

কেন্দ্ৰৰ এনে সিদ্ধান্তই লাখ লাখ শ্ৰমিক তথা সাধাৰণ লোকৰ জীৱনলৈ চৰম অনিশ্চয়তা কঢ়িয়াই অনাৰ অভিযোগ তুলি সংগঠনসমূহে ইয়াৰ প্ৰতিবাদত ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ আহ্বান দিছে।

বিগত মাহত  নতুন কৃষি আইনৰ বিৰুদ্ধে আৰম্ভ হোৱা কৃষকৰ প্ৰবল প্ৰতিবাদৰ প্ৰভাৱ এতিয়াও অব্যাহত আছে।

নতুন কৃষি আইনৰ বিৰোধিতা কৰিয়েই এনডিএৰ আটাইতকৈ পুৰণি মিত্ৰজোঁট শিৰোমণি আকালি দলে এনডিএ ত্যাগ কৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd