• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোট গণনাৰ বাবে আজি গুৱাহাটীত যাতায়ত নিষেধাজ্ঞা; কি আছে নিৰ্দেশনাত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2024 7:20 am
135
VIEWS
Share on FacebookShare on Twitter

আজি (৪ জুন) মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সাধাৰণ পথ ব্যৱহাৰকাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে জৰুৰীকালীন যান-বাহনৰ মুক্ত যাতায়তৰ সুবিধাৰ বাবে নিৰ্দিষ্ট যান-বাহন নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ ভিতৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা ৪ বজাৰ পৰা আৰু গণনা প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে গধুৰ সামগ্ৰী কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জ্যোতিকুছি ফালৰ পৰা ৰাজীৱ গান্ধী ৰোড অভিমুখে অহা সকলো বাহন এ কে আজাদ ৰোডৰ ফালে ডাইভাৰ্ট কৰা হ’ব।

কোনো যান-বাহন ৰাজীৱ গান্ধী পথেৰে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ দিশে যাবলৈ দিয়া নহ’ব। ৰাজীৱ গান্ধী পথক ‘নো ভেহিকেল জ’ন’ আৰু ‘নো পাৰ্কিং জ’ন’ হিচাপে নিৰ্ধাৰণ কৰা হ’ব।

ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অভিমুখে চাৰ্ভিচ লেনত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব যান-বাহন।

গড়চুকৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অভিমুখে অহা বাহনসমূহক ট্ৰেড চেণ্টাৰৰ দিশে চাৰ্ভিচ লেনত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। কাষৰীয়া উৰণীয়া সেতুৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ডাইভাৰ্ট কৰা হ’ব বাহনসমূহ।

অৱশ্যে নিৰ্বাচনী কৰ্তব্যৰত কৰ্মী, ভোটগ্ৰহণ সম্পৰ্কীয় সামগ্ৰী কঢ়িয়াই অনা বাহন আৰু জৰুৰীকালীন সেৱাত চলা বাহনৰ বাবে এই বাধা ৰেহাই দিয়া হৈছে বুলি লগতে কোৱা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে অগ্নিনিৰ্বাপক বাহন, এম্বুলেন্স, জীৱনদায়ী ঔষধ কঢ়িয়াই নিয়া বাহন আৰু অক্সিজেন চিলিণ্ডাৰ আদি জৰুৰীকালীন সেৱাসমূহ এই নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত নহ’ব। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd