• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰুণ ঘটনা : একেলগে চিপ্ লৈ থকা অৱস্থাত পিতৃ-মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ

দেওবাৰে পুৱা ৰিজেণ্ট পাৰ্কৰ দ্বিতীয় মহলাৰ এটা ফ্লেটৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে। ইয়াৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰটো পাই ততাতৈয়াকৈ স্থানীয় ৰাইজৰ উপস্থিতিত দুৱাৰ ভাঙি ফ্লেটৰ ভিতৰত প্ৰৱেশ কৰে। ভিতৰত প্ৰৱেশ কৰিয়েই সেই ফ্লেটৰ নিবাসী পিতৃ-মাতৃ আৰু কন্যা, তিনিওৰে ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 5:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ একলগে উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ পচি যোৱা মৃতদেহ। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোক পিতৃ, মাতৃ আৰু কন্যা। এই ঘটনা সংঘটিত হৈছে কলকাতাৰ ৰিজেণ্ট পাৰ্কত। ৰিজেন্ট পাৰ্কৰ এটা ফ্লেটত আৰক্ষীয়ে দুৱাৰ ভাঙি তিনিজন লোকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে। তেওঁলোকৰ মৃত্যু কেনেকৈ হ’ল সেযই সম্পৰ্কে আৰক্ষী এতিয়াও স্পষ্ট নহয়।

দেওবাৰে পুৱা ৰিজেণ্ট পাৰ্কৰ দ্বিতীয় মহলাৰ এটা ফ্লেটৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে। ইয়াৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰটো পাই ততাতৈয়াকৈ স্থানীয় ৰাইজৰ উপস্থিতিত দুৱাৰ ভাঙি ফ্লেটৰ ভিতৰত প্ৰৱেশ কৰে। ভিতৰত প্ৰৱেশ কৰিয়েই সেই ফ্লেটৰ নিবাসী পিতৃ–মাতৃ আৰু কন্যা, তিনিওৰে ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে।

Apply Now

স্থানীয় ৰাইজক সোধা–পোছা কৰাৰ অন্তত আৰক্ষীয়ে গম পায় যে পৰিয়ালটোৱে যোৱা ছমাহ ধৰি সেই ফ্লেটটোত বাস কৰি আছিল। কিন্তু বিগত তিনি–চাৰিদিন ধৰি কোনো লোকক বাহিৰত দেখা পোৱা নাই ওচৰ চুবুৰীয়াই।

উল্লেখ্য যে আৰক্ষীয়ে ফ্লেটটোত তালাচী চলাই কোনো ছুইচাইড পোৱা নাই। ঘটনাস্থলীত তিনিজন লোকৰ আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তাৰ দ্বাৰাই মৃতকৰ পৰিচয় জানিব পৰা গৈছে।

নিহত তিনিগৰাকী হ’ল দিলীপকুমাৰ চট্টোপাধ্যায় (৫১), ৰানু চট্টোপাধ্যায় (৪৬) আৰু তেওঁলোকৰ কন্যা আইন্দ্ৰিলা চট্টোপাধ্যায় (২১)।

আৰক্ষীৰ সূত্ৰ অনুসৰি আইন্দ্ৰিলা আইনৰ ছাত্ৰী। ফালটাৰৰ এখন আইন মহাবিদ্যালয়ত তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল তাই। মৃত লোকজন ব্যৱসায়ৰ লগত জড়িত। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ তেখেতৰ ব্যৱসায়ত অসুবিধাৰ সন্মুখীন হৈছিল। সেইবাবেই এই চৰম পদক্ষেপ গ্ৰহণ কৰিছে নেকি সেই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd