DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গ্ৰাহকক লোভনীয় অফাৰ দি ‘ট্ৰাই’ৰ ৰোষত এয়াৰটেল, ভোডাফোন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 11:47 am
vodafone-idea-airtel-15945
8.2k
VIEWS
Share on FacebookShare on Twitter

আমাতকৈ ভাল নেটৱৰ্ক আৰু একো নাই— মোবাইল ফোনৰ কোম্পানী সমূহে প্ৰায়ে এনে দাবী কৰি আহি থকা আমি দেখিবলৈ পাওঁ।

নেটৱৰ্ক ভাল হওক বা নহওক, মোবাইল ফোনৰ কোম্পানী সমূহৰ এনে প্ৰচাৰত ভোল গৈ বহু গ্ৰাহকে বিভিন্ন মোবাইল ফোনৰ কোম্পানীয়ে আগবঢ়োৱা প্লেন গ্ৰহণ কৰি আহিছে।

শেহতীয়াকৈ ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই  নিৰ্বাচিত গ্ৰাহকৰ বাবে কেইটামান বিশেষ প্লেন মুকলি কৰি দিছে।

কেৱল নিৰ্বাচিত গ্ৰাহকৰ বাবে মুকলি কৰা এনে বিশেষ প্লেনে আন সাধাৰণ গ্ৰাহকক সেৱা লাভ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি টেলিকম ৰেগুৰেলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়াই ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়ালৈ কেৱল বিশেষ গ্ৰাহকক উপকৃত কৰা তেনে প্নেন বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰি জাননী প্ৰেৰণ কৰিছে।

উল্লেখ্য ভাৰতী এয়াৰটেলে প্লেটিনাম মোবাইল গ্ৰাহকক আগবঢ়োৱা ৪৯৯ টকাৰ পোষ্ট পেইড প্লেনত দ্ৰুতবেগী নেটৱৰ্কৰ সুবিধা দিছে।

ইয়াৰ ফলত সাধাৰণ গ্ৰাহকৰ নেটৱৰ্কৰ গতি হ্ৰাস পোৱাৰ সম্ভাবনা থাকে।

ভোডাফোন আইডিয়াই আগবঢ়োৱা ৰেড এক্স প্লেনো নিৰ্বাচিত গ্ৰাহকৰ বাবে দিয়া হৈছে।

এনে দ্ৰুত বেগী প্লেনে সাধাৰণ গ্ৰাহকৰ ক্ষতি কৰে বুলি ট্ৰায়ে কৈছে।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd