DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Heatwave গ্ৰীষ্মই দহিছে ব্ৰিটেইনক,১৩ জনৰ মৃত্যু,গৰমত গলি গৈছে ৰে’লৰ ছিগনেল, ভাইৰেল ছবি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 21, 2022 5:44 pm
275
VIEWS
Share on FacebookShare on Twitter

মানুহৰ ওপৰত যেন প্ৰকৃতিৰ খং উঠিছে। ব্ৰিটেইন, পৰ্তুগাল, স্পেইন, ফ্ৰান্স, গ্ৰীচ আৰু ক্ৰোৱেছিয়াৰ দৰে দেশত এতিয়া গ্ৰাষ্ম প্ৰবাহৰ তাণ্ডৱ চলিছে।

শীতল ঠাই হিচাবে পৰিচিত ব্ৰিটেইনত এতিয়া তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ হৈছে। এতিয়ালৈকে গৰমৰ বাবেই ব্ৰিটেইনত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কেইখনমান ছবিত অত্যধিক গৰমৰ বাবেই ৰে’লৰ ছিগনেল গলি যোৱা দেখা গৈছে।গৰমৰ বাবেই ব্ৰিটেইনত চলন্ত অৱস্থাতে কেইবা খনো ৰে’লত জুয়ো লাগিছে।

⚠️ We're also asking you to check your journeys before travelling on the East Coast Main Line today because we expect severe disruption.

We're repairing the line after a fire on the route between Peterborough and London King’s Cross:

➡️ https://t.co/nNgIhK31bw#heatwaveuk pic.twitter.com/HU8DsGmSRl

— Network Rail (@networkrail) July 20, 2022

শেহতীয়াকৈ ব্ৰিটেইনৰ নেচনেল ৰে’লৱেই ৰে’লৰ ছিগনেল গলি যোৱাৰ কেইবাখনো ছবি ৰাজহুৱা কৰিছে।

অহা ৪৮ ঘণ্টাত তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ এনে ভয়াৱহ পৰিণাম দেখি এতিয়া সকলোৱে স্তম্ভিত হৈ পৰিছে।

উল্লেখ্য ব্ৰিটেইনত শীতৰ প্ৰকোপ বেছি বাবেই মানুহে এয়াৰ কণ্ডিছনাৰ আদি খুব কমেইহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰৰ গৰমে দেশ খনৰ মানুহক এয়াৰ কণ্ডিছনাৰৰ সহায় ল’বলৈ বাধ্য কৰোৱাইছে।

Recent News

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Drugs Seized

গুজৰাটত হাজাৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ মুম্বাই আৰক্ষীৰ: এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd