DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 14, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পুণেত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত: আহত প্ৰশিক্ষণৰত মহিলা পাইলট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2022 7:58 pm
Training aircraft crashes
111
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ পুণেত আজি এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এগৰাকী ২২ বছৰীয়া মহিলা প্ৰশিক্ষাৰ্থী পাইলট আহত হয়। পুনেৰ ইন্দপুৰ তালুকাৰ কাদবানৱাড়ী গাঁৱত পুৱা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

বিমানখনত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

প্ৰশিক্ষাৰ্থী পাইলট গৰাকীক ভৱিকা ৰাথোড় বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে ৰাথোড়ৰ আঘাত গুৰুতৰ নহয় বুলি জানিবলৈ দিছে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে।

দুৰ্ঘটনাস্থলীত আঘাতপ্ৰাপ্ত ৰাথোড়ক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত চিকিৎসাৰ বাবে শ্বেগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে প্ৰকাশ কৰা বিবৃতিত দুৰ্ঘটনাগ্ৰস্ত বিমানখন কাৰ্টাৰ এভিয়েচনৰ চেচনা 152 ভিটি-এএলআই বুলি নিশ্চিত কৰিছে।

বিবৃতিটোত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমানখনে বিদ্যুৎ সংযোগ বিদ্যুৎ হেৰুওৱাৰ বাবে দুৰ্ঘটনাত পতিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও জানুৱাৰী মাহত বিহাৰৰ গয়াত ভাৰতীয় সেনাৰ বিষয়া প্ৰশিক্ষণ একাডেমীৰ এখন বিমান উৰণৰ অলপ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

Recent News

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

Salman Rushdie

কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

Indian National Flag

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা: আজি, কালি আৰু কাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd