• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাৰ পাছত পৰিবহণ; ব্যক্তিগত খণ্ডলৈ সকলো গ’লে চৰকাৰ-মন্ত্ৰীৰ প্ৰয়োজনীয়তা কি?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 3, 2022 7:19 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফালৰ পৰা হাত দাঙি যোৱা এখন চৰকাৰ! সকলো বিভাগেই কেৱল ব্যক্তিগত খণ্ডক গতোৱাৰ চিন্তা-চৰ্চা!

নামত এখন চৰকাৰ আছে লগতে আছে মন্ত্ৰীগনো। তাৰ পাছত আছে বিভাগীয় বিষয়া-কৰ্মচাৰী!

Apply Now

তথাপিও এফালৰ পৰা ব্যক্তিগত খণ্ডক বিভিন্ন বিভাগবোৰ চিন্তা-চৰ্চা কৰি আছে এইখন বিজেপি চৰকাৰে।

যান-বাহন আইন উলংঘন কৰা বাহনৰ গৰাকীক নাকী লগোৱা বা জৰিমণাৰ নামত শ-শ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাত পাকৈত পৰিবহন বিভাগ।

দৈনিক কোটিৰ ঘৰত ৰাজহ সংগ্ৰহ কৰিও যেন ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগটোৱে এতিয়া হাৰ মানিছে।

হাৰ মানি ব্যক্তিগত খণ্ড বা কোনো ব্যক্তিক গতোৱাৰ বাবে চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

শুকুৰবাৰে শুক্লবৈদ্যই কয় “আমি চিন্তা চৰ্চা কৰি আছো কোনো ৰাইজ বা ব্যক্তিগত প্ৰতিষ্ঠানক যদি গতাব পাৰো তেন্তে তেওঁলোকৰো লাভ হ’ব বা আমালৈও ৰাজহ আহি থাকিব। সেইটো ব্যৱস্থা কৰিবলৈ চিন্তা চৰ্চা কৰি আছো।”

এটা বিভাগৰ কাম-কাজ কিমান দূৰ্বল হ’লে এনেকুৱা ধৰণৰ মন্তব্য এজন মন্ত্ৰীৰ মুখৰ পৰা ওলাব পাৰে।

যদিহে প্ৰকৃততে ব্যক্তিগত কোনো সংস্থাক বা ব্যক্তি বিশেষে পৰিবহন বিভাগটো গতাব বিচাৰিছে তেন্তে পৰিবহন বোলা দপ্তৰটোৰ প্ৰয়োজনীয়তা কি?

পৰিবহণ মন্ত্ৰীজনৰ কি প্ৰয়োজন?
বিভাগৰ বৰমূৰীয়া বিষয়াসকলৰ কি প্ৰয়োজন?

উল্লেখযোগ্য যে, এই বিভাগটোৱে চমক সৃষ্টিৰ বাবে কাম কৰি অহাৰ উদাহৰণ বহু আছে। তাৰ ভিতৰত ২৫ খন গুলপীয়া বাছ আৰু ২০ খন মাৰ্চিডিজ ব্ৰেঞ্জৰ বাছ ক্ৰয়। কিন্তু সকলো মহানগৰীৰ লগতে ৰাজ্যৰ ৰাজপথৰ পৰা অন্তৰ্ধান হ’ল। ফুটুকাৰ ফেনত পৰিণত হ’ল বয়োজ্যেষ্ঠ লোক, মহিলাৰ বাবে সংৰক্ষিত গুলপীয়া বাছ। ২৫ খন গুলপীয়া বাছ চলাবলৈয়ো সমৰ্থ নাইকিয়া হ’ল ৰাজ্যৰ পৰিবহন বিভাগৰ।

উল্লেখ কৰি থৈছো যে, কিছুদিন পূৰ্বে বিধায়ক তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিগত সংস্থাৰ পৰা চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বা ডেস্ক বেঞ্চ পানী ফিল্টাৰ ক্ৰয় কৰাৰ বাবে আৰ্থিক সহায় বিচাৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ কিছুদিন পাছতেই পৰিবহন মন্ত্ৰীগৰাকীৰ এই মন্তব্যই প্ৰমাণ কৰিছে যে প্ৰকৃততে চৰকাৰখন এটা বিভাগো সুচাৰুৰূপে চলোৱাত সফল নহয়…. একাংশই ক’বলৈ আৰম্ভ কৰিছে… বিভাগসমূহ এটা এটাকৈ লিজত দিয়াতকৈ গোটেই চৰকাৰ খনকে একেবাৰে লিজত দি নিদিয়ে কিয়?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd