• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

বহি বহিয়েই ভ্ৰমণ কৰিব পাৰিব বিশ্বৰ ১০ খন দেশ : মুকলি হ’ল বিশ্বৰ প্ৰথমখন ভাৰ্চুৱেল ৰে’ল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:57 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ভ্রমণ সদায় এক হেঁপাহৰ বিষয় কিন্তু বয়স আৰু শাৰীৰিক অসুস্থতাৰ বাবে বহুতৰে সেই ইচ্ছা পূৰণ নহয়। এই কথাটোক গুৰুত্ব দি বিশ্বত পোনপ্ৰথমবাৰৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা ঘৰৰ পৰা নোলোৱাকৈ বা শাৰীৰিক কষ্ট নকৰাকৈয়ে বৃদ্ধসকলে এখন দেশৰ পৰা আনখন দেশলৈ ভ্ৰমণ কৰিব পাৰিব। ইয়াৰ বাবে অষ্ট্ৰেলিয়াত মুকলি কৰা হৈছে এক অত্যাধুনিক ভার্চুৱেল ট্রেন।

অষ্ট্ৰেলিয়াৰ চেইণ্ট ভিনচেণ্ট কেয়াৰ টুয়ুম্বাত এই বিশেষ ট্রেন সেৱা আৰম্ভ কৰা হৈছে যাৰ নাম দিয়া হৈছে চেইণ্ট ভিনচেণ্ট এক্সপ্ৰেছ। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। এই উদ্যোগৰ মূল লক্ষ্য হৈছে সেইসকল বয়সস্থ লোক যিসকলে ভ্ৰমণ কৰিব বিচাৰে যদিও শাৰীৰিক সীমাবদ্ধতাৰ বাবে সেয়া অসম্ভৱ হৈ পৰে। এই ভার্চুৱেল ট্রেনখনত যাত্ৰীসকলক এক বাস্তৱসন্মত ভ্ৰমণৰ আমেজ দিবলৈ বহুতো আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

Apply Now

এই ভার্চুৱেল ট্রেনৰ অভিজ্ঞতাটো অতি আমোদজনক। ট্রেনখনৰ চাৰিওফালে ডাঙৰ ডাঙৰ এইচডি স্ক্ৰীণ লগোৱা হৈছে আৰু চাৰিওফালৰ পৰা ভাঁহি অহা শব্দৰ জৰিয়তে যাত্ৰীসকলক আচল ৰে’ল যাত্ৰাৰ দৰে অনুভৱ কৰোৱা হয়। কেৱল দৃশ্য বা শব্দই নহয় ইয়াত যাত্ৰীসকলক প্ৰিন্টেড টিকট আৰু নকল পাছপোৰ্টো প্ৰদান কৰা হয়। ইয়াৰ উপৰিও যাত্ৰীসকলে যিখন দেশলৈ ভ্ৰমণ কৰিব বিচাৰে সেই দেশৰ সুস্বাদু আহাৰৰ সোৱাদো ল’ব পাৰিব। এনেদৰে প্ৰযুক্তিক ব্যৱহাৰ কৰি তেওঁলোকক ১০ খনকৈ ভিন্ন দেশ ভ্ৰমণৰ সুযোগ দিয়া হৈছে।

বিশেষজ্ঞসকলৰ মতে এই অভিনৱ পদক্ষেপে বৃদ্ধসকলৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিছে। বিশেষকৈ ডিমেনচিয়া বা স্মৃতি শক্তি বিলোপ হোৱা ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে এই ভার্চুৱেল ভ্ৰমণ অতি সহায়ক বুলি প্ৰমাণিত হৈছে। এই যাত্ৰাই তেওঁলোকক মানসিকভাৱে সক্ৰিয় কৰি ৰাখে আৰু স্মৃতি শক্তি বৃদ্ধিত সহায় কৰিব।

আধুনিক প্ৰযুক্তিৰ জৰিয়তে কিদৰে মানৱীয় সেৱা আগবঢ়াব পাৰি এয়া তাৰ এক উৎকৃষ্ট নিদৰ্শন। ভৱিষ্যতে বিশ্বৰ বিভিন্ন বৃদ্ধাশ্ৰম বা কেয়াৰ চেন্টাৰসমূহত এই আৰ্হি জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে। মুঠতে এই ভার্চুৱেল ট্রেনখনে প্ৰবীণসকলৰ বাবে সীমাবদ্ধতাৰ মাজতো এক নতুন জীৱনৰ সোৱাদ কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd