• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰুজু হ’ল দেশদ্ৰোহিতাৰ গোচৰ,কিন্তু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 27, 2020 7:05 pm

1 min read

kangana-ranaut-twit
415
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ ৰঙীণ পাৰ্টীত দৰাচলতে কি হয় সেয়া ফাদিল কৰি আজিৰ দিনটোত ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বলিউডৰ স্পষ্টবাদী অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে এইবাৰ ৰুজু হ’ল দেশদ্ৰোহিতাৰ গোচৰ।

দেশৰ কোনো মাৰাত্মক ক্ষতি কৰিব পৰা কামত লিপ্ত হৈ অথবা শত্ৰু দেশৰ হৈ চোৰাংচোৱাগিৰি কৰি কংগনাই দেশদ্ৰোহিতাৰ অভিযোগত অভিযুক্ত হোৱা নাই।

টুইটাৰত শেহতীয়াকৈ কৰা এটা পোষ্টৰ বাবেহে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে সেই গোচৰ।

শেহতীয়াকৈ কংগনা ৰাণাৱটে টুইটাৰত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল।

টুইটাৰত কংগনাই কৈছিল যে ভাৰতবৰ্ষৰ দৰে দেশ এখনত সংৰক্ষণ ব্যৱস্থাৰ কোনো প্ৰয়োজন নাই।

কংগনাৰ এনে টুইটৰ পিছতে গুৰুগ্ৰামৰ ৩৭ আৰক্ষী থানাত অল ইণ্ডিয়া ভীম সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সতপাল তালোৱাৰে কংগনাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰে।

সতপাল তালোৱাৰে কয় যে সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰি কংগনাই ভাৰতীয় সংবিধানক অৱমাননা কৰিছে।

সেয়ে তেওঁক দেশদ্ৰোহিতাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে।

ভাৰতীয় সংবিধানে সংৰক্ষণ ব্যৱস্থাক স্বীকৃতি দিয়াৰ পিছত কংগনা ৰাণাৱটে ইয়াৰ বিৰুদ্ধে কৈ ভুল কৰা বুলিও নেতা জনে কয়।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd