• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিনৱ প্ৰচেষ্টা:এজোপা মহানিম নিম গছৰ পুলি ৰোৱক আৰু ১০০০০ টকা জিকক! ক’ত?

তিলক প্ৰসাদ by তিলক প্ৰসাদ
June 24, 2021 3:09 pm
nim
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বৃহত্তৰ চাপৰ অঞ্চলত গছ পুলি ৰোপন কৰি জীৱকুল তথা প্ৰকৃতিৰ ৰক্ষাৰ্থে আৰু বাতাবৰণ চিৰসেউজ কৰি ৰখাৰ প্ৰতি সকলোকে আকৰ্ষিত কৰিবলৈ “save Earth cycling club,chapar”নামেৰে  এটি সংগঠনে এক অভিনৱ প্ৰচেষ্টা হাতত লৈ প্ৰকৃতিপ্ৰেমী তথা সচেতন মহলৰ প্ৰশংসা বুটোলিবলৈ সক্ষম হৈছে।

যুৱ সমাজকৰ্মী তথা প্ৰকৃতিপ্ৰেমী সুৰজিত দাসৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠা” save Earth Cycling club ‘ ৰ উদ্যোগত চাপৰৰ বিভিন্ন ঠাইত ৩১ গৰাকী ব্যক্তিৰ ঘৰে ঘৰে গৈ এডাল এডাল কৈ মহানিমৰ পুলি বিতৰণ কৰা হয় ।

Apply Now

উক্ত ক্লাবৰ জৰিয়তে মহানিম গছ পুলি ৰোপন কৰাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

এজোপা মহানিম নিম গছৰ পুলি ৰোৱক আৰু ১০০০০ টকা জিকক! শীৰ্ষক এক হৃদয় স্পৰ্শী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি ক্লাবটোৰ সঞ্চালক সুৰজিত দাসে জানিবলৈ দিছে।

আজিলৈকে ৭০ গৰাকী প্ৰতিযোগীৰ মাজত এই গছপুলি প্ৰদান কৰা হৈছে।।মুঠ ১০০ গৰাকী প্ৰতিযোগীৰ মাজত এই গছ পুলি বিতৰণ কৰা হব বুলি সঞ্চালক সুৰজিত দাসে জানিবলৈ দিছে।

দ্বিতীয় পয্যাযৰ এই প্ৰতিযোগিতা মুঠ ১০০ গৰাকী প্ৰতিযোগীৰ মাজত আয়োজন কৰা হৈছে ।

আনহাতে এই চলিত জুন মাহৰ প্ৰথম সপ্তাহত চাপৰ চহৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী হাতত লৈ মুঠ ৫০(পঞ্চাছ)গৰাকী প্ৰতিযোগীৰ মাজত ৫০ ডাল মহানিম গছৰ পুলি ইতিমধ্যে বিতৰণ কৰা হৈছে।প্ৰথম পৰ্যায়ত ৫০০০(পাঁচ হাজাৰ)টকা কৃতকাৰ্যতা লাভ কৰা প্ৰতিযোগীক প্ৰদান কৰি সন্মানিত কৰা হব আৰু এই (পাঁচ হাজাৰ টকা ) পুৰস্কাৰৰ ধনৰাশি C E C নামে এক কম্পিউটাৰ শৈক্ষিক প্ৰতিষ্ঠানে আগবঢ়াইছে ।

জানিব পৰা মতে উক্ত গছ পুলি সমূহ অহা দুই বছৰৰ ভিতৰত মুঠ ছয় ফুটত কৈ দীঘল হলে প্ৰতিযোগী সকলৰ মাজত লটাৰীযোগে বাছনি কৰি পৰ্যায় অনুসাৰে এই গছ পুলি ৰোপন কৰা বিজয়ী প্ৰতিযোগীৰ মাজৰ উক্ত পুৰস্কাৰ প্ৰদান কৰা হব। প্ৰথম পৰ্যায়ত এজন আৰু দ্বিতীয় পৰ্যায়ত এজনক ক্ৰমে পাঁচ আৰু দহ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হব।

চাপৰৰ ছেভ আৰ্থ চাইক্লিং ক্লাবৰ সঞ্চালক সুৰজিত দাসে জানিবলৈ দিয়া মতে দ্বিতীয় পৰ্যায়ত আয়োজিত হবলগা প্ৰতিযোগিতাৰ ১০০০০(দহ হাজাৰ )টকা কৰ্মসূত্ৰে হায়দৰাবাদত থকা এগৰাকী চাপৰৰ যুৱক ৰঞ্জন পোদ্দাৰে
প্ৰদান কৰিছে।

পোদ্দাৰৰ এই মহানুভৱতাৰ বাবে ছেভ আর্থ চাইক্লিং ক্লাবৰ সকলো সদস্যই ধন্যবাদ জ্ঞাপন কৰিছে। গছ পুলি ৰোপন প্ৰতিযোগিতাৰ এই ধাৰা আগলৈ অব্যাহত থাকিব বুলি উদোগতা সকলে প্ৰকাশ কৰিছে।

উল্লেযোগ্য যে এই গছপুলি বিতৰণ কাৰ্যসূচী ক্লাবৰ সঞ্চালক সমন্বিতে সকলো সদস্যই চাইকেলেৰে পৰিভ্ৰমণ কৰি বিতৰণ কৰে। সঞ্চালক সুৰজিত দাস আৰু ৰকি ৰিম্বল হক, উল্লিয়াছ ইছলাম, Bittu বাৰৈ , সায়েদ হুছেইন, প্ৰাণজিত কলিতা, সুৰেশ হোৰো আৰু প্ৰদীপ সাহ আদি সদস্য সকলে নিয়াৰিকৈ উক্ত অভিনৱ কাৰ্য্য সম্পাদন কৰি থকা দেখা গৈছে।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd