• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘গছে ৰাতি অক্সিজেন উৎপন্ন কৰে’; ভাইৰেল পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ ভিডিঅ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2019 4:33 pm

1 min read

Imran Khan

ইমৰান খান, উৎস-ইণ্টাৰনেট

1.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰায়ে কাশ্মীৰ প্ৰসংগত আৰু ভাৰত বিৰোধী মন্তব্যৰে বিতৰ্কৰ শীৰ্ষত থকা পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ শেহতীয়া এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পাকিস্তানৰ নায়লা ইনায়েত নামৰ এগৰাকী সংবাদিকে চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত ইমৰাণ খানে গছে ৰাতি অক্সিজেন উৎপন্ন কৰে বুলি মন্তব্য কৰিছে।

‘‘গছে ৰাতি অক্সিজেন উৎপন্ন কৰে’’ পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ মন্তব্য।

উল্লেখযোগ্য যে, চ’ছিয়েল মিডিয়াত ইমৰান খানৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন লোকে ইমৰান খানৰ জ্ঞানক লৈ কটাক্ষ কৰা দেখা যায়।

বিভিন্ন জনে ইমৰান খানক আইনষ্টাইন ইমৰান খান, ডাৰউইন ইমৰান খান আখ্যা দিয়াৰ লগতে কিছুমানে চ’ছিয়েল মিডিয়াত সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ ছবি আপলোড কৰি ইমৰান খানক কটাক্ষ কৰিছে।

সমালোচক সকলে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰয়ো গছে দিনত অক্সিজেন উৎপন্ন কৰে বুলি জানে বুলি কয়।

ভিডিঅ’টোত পাকিস্তানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে গছে নিশা অক্সিজেন উৎপন্ন কৰে বুলি কয় আৰু তাৰ পাছতে গছে কাৰ্বন-ডাই অক্সাইড শোষণ কৰে বুলি কৈ সহজ হ’বলৈ চেষ্টা কৰে।

পাকিস্তানত থকা ইমৰান খানৰ সমালোচক সকলে এয়া দেশখনৰ বিজ্ঞান শিক্ষাৰ অগ্ৰগতি বুলি উল্লেখ কৰি ইমৰান খান চৰকাৰক সমালোচনা কৰে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd