• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীঘ্ৰেই আৰম্ভ হ’ব উচ্চতম ন্যায়ালয়ত পৰি থকা অসমৰ বিদেশী সমস্যাৰ চাৰিটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2019 10:44 pm
supreme-court_of_India-750x375-1-1140x570-1024x512

উচ্চতম ন্যায়ালয়। ফাইল ফটো

928
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দীৰ্ঘদিন ধৰি বিনা বিচাৰে পৰি থকা অসমৰ বিদেশী সমস্যা সম্পৰ্কীয় চাৰিটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অতি কম দিনৰ ভিতৰতেই আৰম্ভ হ’ব। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰ্দেশত গোচৰ কেইটা শুনানিৰ বাবে তালিকাভুক্ত হৈছে।

অসম সন্মিলিত মহাসংঘৰ কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমানে এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে। তেওঁ জনোৱা মতে বিহুৰ পাছতেই ন্যায়ালয়ে গোচৰ কেইটাৰ শুনানিৰ দিন নিশ্চিত কৰিব।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিপঞ্জী, বিদেশীৰ ভিত্তিবছৰ আদি সম্পৰ্কত অসম সন্মিলিত মহাসংঘ, চহিদ পৰিয়াল, ৮ গৰাকী বিশিষ্ট ব্যক্তি আৰু আহোম সভাই উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত এই চাৰিখন হস্তক্ষেপ আবেদন কৰিছিল। সন্মিলিত মহাসংঘৰ ২৮৪৮১/২০১৯, চহিদ পৰিয়ালৰ ১৮৬১৬৬/২০১৮, আঠ গৰাকী বিশিষ্ট ব্যক্তিৰ ১৮৬১৬৮/২০১৮ আৰু আহোম সভাৰ ১৮৬১৭৭/২০১৯ নম্বৰৰ হস্তক্ষেপ আৱেদন সমুহ বিচাৰৰ বাবে তালিকাভুক্ত হোৱা নাছিল।

পৰৱৰ্তী সময়ত এই আৱেদন কেইখনৰ বিচাৰ আৰম্ভ কৰিবলৈ অধিবক্তা সমীৰণ শৰ্মাই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওচৰত আৱেদন কৰে। পাছত মুখ্য ন্যায়াধীশ গৰাকীয়ে আটাইকেইখন হস্তক্ষেপ আৱেদন শীঘ্ৰেই শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ কৰ্ট মাষ্টাৰক নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে তিনিজনীয়া বিচাৰপীঠখনত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপক গোয়েলো আছিল।

মতিউৰ ৰহমানে লগতে জনায় যে এই গোচৰ কেইটাত অসমৰ খিলঞ্জীয়াৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱান, ভাৰত চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত ছলিচিটৰ জেনেৰেল তথা জ্যেষ্ঠ অধিবক্তা পি এছ নৰছিমহাই ওকালতি কৰিব।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd