• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জনজাতীয় গৌৰৱ দিৱসঃ আজি ভগৱান বিৰছা মুণ্ডাৰ জন্মদিন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2024 11:07 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বীৰ জনজাতীয় স্বাধীনতা সংগ্রামীসকলৰ স্মৰণত ১৫ নৱেম্বৰক জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়।

দেশৰ বাবে তেওঁলোকৰ আত্মবলিদানৰ কথা অহা প্রজন্মক জনাবলৈ এই দিৱসটো উদযাপন্ম কৰা হয়।

Apply Now

ছাওঁতাল, তোমৰ, কোল, ভীল, খাছি, মিজো সহ বিভিন্ন আদিবাসী সম্প্রদায়ৰ আন্দোলনে ভাৰতৰ স্বাধীনতা আন্দোলনক শক্তিশালী কৰিছিল। বৃটিছ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আদিবাসী সম্প্রদায়ৰ সাহসী লোকসকলে আন্দোলনৰ সময়ত প্রাণ বিসর্জন দিছিলে।  এইসমূহ আন্দোলনে জাতীয় স্তৰত স্বাধীনতা আন্দোলনক উদ্বুদ্ধ কৰিছিল। কিন্তু আদিবাসী নায়কসকলৰ কথা আজি বেছিভাগ লোকৰেই জ্ঞাত নহয়। 

দেশজুৰি শ্রী বিৰছা মুণ্ডা আদিবাসী সমাজৰ মাজত ভগৱান হিচাপে পৰিচিত। তেওঁ বৃটিছ ঔপনিবেশিক শক্তিৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে যুঁজ কৰিছিল আৰু যি ‘উলগুলান’ (বিপ্লব)ৰ আহ্বান জনাইছিল তাৰ ফলত এক  আন্দোলনৰ সূচনা হয়।

জনজাতীয় লোকৰ গৌৰবোজ্জ্বল ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যক স্বীকৃতি দিবলৈ ভগৱান বীৰছা মুণ্ডাৰ জন্মদিন ১৫ নৱেম্বৰক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰা হয়।

১৮৭৫ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ খুঁটি জিলাৰ উলিহাতু গাঁৱত বিৰছা মুণ্ডাৰ জন্ম হৈছিল। তেওঁ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, আৰু তেওঁৰ পিতৃ আছিল এজন জনজাতীয় কৃষক। বিৰছা মুণ্ডাৰ আনুষ্ঠানিক শিক্ষা কম আছিল আৰু জনজাতীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ বিষয়ে জানি ডাঙৰ হৈছিল।

বিৰছা মুণ্ডাৰ পৰিয়ালে পৰম্পৰাগত জনজাতীয় ধৰ্ম অনুসৰণ কৰিছিল, য’ত আত্মা আৰু পূৰ্বপুৰুষৰ পূজা জড়িত আছিল। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে বিৰছাই এই বিশ্বাসবোৰক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে আৰু নিজৰ আধ্যাত্মিক বিশ্বাস গঢ়ি তুলিলে। তেওঁ দাবী কৰিছিল যে তেওঁ এজন পৰম সত্তাৰ পৰা দৰ্শন পাইছিল, যাক তেওঁ “ধৰ্তি আবা” (পিতৃ পৃথিৱী) বুলি অভিহিত কৰিছিল, যিয়ে তেওঁক নতুন ধৰ্মৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আৰু নিজৰ লোকসকলক স্বাধীনতালৈ লৈ যাবলৈ নিৰ্দেশ দিছিল।

১৯০০ চনৰ ৯ জুনত ৰহস্যজনক পৰিস্থিতিত বিৰছা মুণ্ডাৰ কাৰাগাৰত মৃত্যু হয়। কোনো কোনোৱে ব্ৰিটিছৰ দ্বাৰা বিষাক্ত দ্ৰব্য খুৱাইছিল বুলি বিশ্বাস কৰাৰ বিপৰীতে কোনো কোনোৱে চিকিৎসাৰ অভাৱত তেওঁৰ মৃত্যু হোৱা বুলি অনুমান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd