• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উটিত এমটিআৰ পৰা স্থানচ্যুতৰ পুনঃসংস্থাপন প্ৰক্ৰিয়াত প্ৰতাৰণা! বিক্ষোভ প্ৰদৰ্শন জনজাতীয় লোকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 9:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা স্থানচ্যুত হোৱা জনজাতীয় পৰিয়ালসমূহে তেওঁলোকৰ ১৭টা দাবী পূৰণৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে।

এমটিআৰ ঘৰ-ভূমিৰ পৰা বলপূৰ্বক উচ্ছেদ কৰাৰ বাবে ক্ষুব্ধ হৈ পৰিছে তেওঁলোক। পুনঃসংস্থাপনৰ সময়ত তেওঁলোকৰ সৈতে প্ৰতাৰণা কৰি মাটি আৰু ন্যায্য ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰা বুলি দাবী উত্থাপন কৰিছে। পানিয়া আৰু কাট্টুনায়কান সম্প্ৰদায়ৰ সদস্যসহ বিক্ষোভকাৰীসকলে কয় যে বন বিভাগৰ কৰ্মচাৰী, অধিবক্তা আৰু ভূমি দালালে তেওঁলোকৰ সৈতে প্ৰতাৰণা কৰিছে, যাৰ ফলত বহুতৰে ন্যায্য ক্ষতিপূৰণ বা আইনী মাটিৰ নথি লাভ কৰা নাই।

Apply Now

জনজাতীয় পৰিয়ালসমূহে জানিবলৈ দিয়ে যে চৰকাৰে বাঘ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এমটিআৰৰ পৰা স্থানান্তৰৰ বিনিময়ত তেওঁলোকক ১০ লাখ টকা বা সমপৰিমাণৰ মাটিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু একাংশ লোকক প্ৰদান কৰা ধন দালালে লোৱাত, তেওঁলোকক ব্যৱহাৰৰ অনুপযোগী চৰকাৰী পৰম্বোক মাটি বিক্ৰী কৰিছিল, যিবিলাক আইনীভাৱে নিজৰ কৰিব নোৱাৰি। পুলিয়ালাম আৰু নাগামপল্লিৰ কিছু পৰিয়াল এতিয়াও পূৰ্ণ ক্ষতিপূৰণৰ অপেক্ষাত আছে। তেওঁলোকে প্ৰতাৰণাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা, আইনী মাটিৰ নথি আৰু ২৫ লাখ টকা ক্ষতিপূৰণৰ দাবী কৰিছে।

উল্লেখ্য যে তামিলনাডুৰ জনজাতি সংগঠনৰ কে. মহেন্দ্ৰনে কয় যে বৰ্তমানলৈ ৫৭৪টা পৰিয়ালক একাধিক পৰ্যায়ত সংৰক্ষিত বনাঞ্চলৰ পৰা স্থানচ্যুত কৰা হৈছে। ইয়াৰে ১০৮টা পৰিয়াল এতিয়াও সংৰক্ষিত অঞ্চলত বাস কৰি আছে আৰু স্থানান্তৰ হ’বলৈ অস্বীকাৰ কৰিছে। তেওঁ উল্লেখ কৰে যে ২০০৭ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে চৰকাৰক এবছৰৰ ভিতৰত উচ্ছেদ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু বন বিভাগে ২০১৬ চনতহে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

জনজাতীয় লোকসকলে অভিযোগ কৰে যে বন্যপ্ৰাণী সুৰক্ষা আইন, বন অধিকাৰ আইন, আৰু ভূমি অধিগ্ৰহণ, পুনঃসংস্থাপন আৰু ক্ষতিপূৰণত ন্যায্যতা আৰু স্বচ্ছতাৰ অধিকাৰ আইনৰ নিয়মবোৰ সঠিকভাৱে পালন কৰা হোৱা নাছিল। তেওঁলোকে ২০১৯ চনৰ পৰা চলি থকা গোচৰসমূহত বন বিভাগৰ কৰ্মচাৰী, অধিবক্তা আৰু ভূমি দালালৰ বিৰুদ্ধে তৎপৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে, অভিযুক্তসকলে বিক্ৰী কৰা মাটিৰ নথি-পত্ৰ লাভ কৰাত চৰকাৰৰ সহায় বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm
প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

September 21, 2026 4:52 pm
নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm
প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd