• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিৰ বাবেই জনজাতিসকল অস্তিত্বৰ সংকটত পৰিছে : উপমন্যু হাজৰিকা

NE NOW NEWS এন ই নাও নিউজ
সোণাপুৰ , April 1, 2019 7:22 am

1 min read

Image_1550136263718-750x375

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা। ফাইল ফটো

185
VIEWS
Share on FacebookShare on Twitter

‘’সোণাপুৰ অঞ্চলৰ মূল সমস্যা হৈছে ইয়াৰ স্থানীয় তিৱা, বড়ো আৰু কাৰ্বি আদি জনজাতীয় লোকসকলৰ পৈত্ৰিক ভূমিৰ পৰা উৎখাত হ’বলগা হোৱাটো। বিশেষকৈ বিভিন্ন চৰকাৰী আৰু উদ্যোগিক প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ ফলত এই জনজাতীয় লোকসকলে ভূমিৰ মালিকীস্বত্ব হেৰুৱাব লগা হৈছে।‘’-এই মন্তব্য উপমন্যু হাজৰিকাৰ।

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে সোণাপুৰৰ যোগদল আৰু নিউ মাৰ্কেটত নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে।

তেওঁ ভাষণ প্ৰসংগত কয় যে যেতিয়া কোনো এটা জনজাতিৰ জনসংখ্যা কম হয়, তেতিয়া পৈত্ৰিক গৃহভূমিৰ পৰা উৎখাত হ’লে জনজাতিটোৰ অস্তিত্বৰেই সংকট আহি পৰে । চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিৰ ফলত আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিগত ৬ বছৰ ধৰি প্ৰৱজন বিৰোধী মঞ্চই খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে যি জনজাগৰণ অভিযান চলাইছিল, তাৰ আধাৰত আইন প্ৰণয়ন হ’লে এই সমস্যা সমূহ দূৰ হ’ব বুলিও হাজৰিকাই আশা ব্যক্ত কৰে।

তদুপৰি, তেওঁ উল্লেখ কৰে যে আনকি সোণাপুৰ অঞ্চলত গঢ়ি উঠা উদ্যোগসমূহতো স্থানীয় যুবক-যুবতীয়ে সংস্থাপন পোৱা নাই।

উদ্যোগৰ বাবে ভূমি অধিগ্ৰহণৰ দিনৰে পৰা স্থানীয় যুবক-যুবতীক সেই উদ্যোগৰ বাবে প্ৰয়োজনীয় কুশলী কৰ্মীৰ ৰূপত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে নিয়োগৰ সমস্যাটো সমাধান কৰিব পৰা যাব বুলি হাজৰিকাই মত পোষণ কৰে ।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd