• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধানসভাতে চলিল যুদ্ধ: তৃণমূল কংগ্ৰেছ আৰু বিজেপি বিধায়কৰ মাজত লাগিল মাৰ-পিট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2022 2:58 pm
West Bengal Assembly
380
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগ বিধানসভাৰ মজিয়াত আজি সৃষ্টি হ’ল এক অনাকাঙ্ক্ষিত পৰিস্থিতি। ৰাজ্যৰ আইন-শৃংখলাৰ লৈ চিন্তিত জনপ্ৰতিনিয়ে নিজেই বিধানসভাৰ মজিয়াক ৰূপ দিলে যুদ্ধস্থলীৰ।

ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সদনত বক্তব্য ৰাখিব লাগে বুলি বিজেপিয়ে দাবী কৰাৰ পিছতে আজি শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ বিধায়কসকলৰ মাজত চলিল প্ৰচণ্ড মাৰ-পিট।

জন প্ৰতিনিধিৰ এই মাৰ-পিট বন্ধ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয় মাৰ্শ্বেল আৰু আৰক্ষী বিষয়াসকলে।

বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱ্য আৰু মুখপাত্ৰ শ্বেহজাদ জয় হিন্দকে ধৰি বিজেপি নেতাসকলে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কেইবাজনো বিধায়কে সদনৰ মজিয়াতে এনেদৰ মাৰপিটত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে।

 

Absolute pandemonium in the West Bengal Assembly. After Bengal Governor, TMC MLAs now assault BJP MLAs, including Chief Whip Manoj Tigga, as they were demanding a discussion on the Rampurhat massacre on the floor of the house.

What is Mamata Banerjee trying to hide? pic.twitter.com/umyJhp0jnE

— Amit Malviya (@amitmalviya) March 28, 2022

আনহাতে এই যুঁজত নাকত আঘাত প্ৰাপ্ত হৈ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় তৃণমূল বিধায়ক অসিত মজুমদাৰ।

বিৰোধী বিজেপিৰ নেতা সুভেন্দু অধিকাৰীয়ে তেওঁক আঘাত কৰিছিল বুলি অভিযোগ কৰিছে মজুমদাৰে।

সুভেন্দু অধিকাৰীৰ লগতে আন চাৰিজন বিজেপি বিধায়কক চলিত বছৰৰ বাবে বিধানসভাৰ পৰা নিলম্বিত কৰা হৈছে।

“বিৰোধীয়ে আইন-শৃংখলাৰ ওপৰত আলোচনাৰ দাবী জনাইছিল। কিন্তু চৰকাৰে এই দাবী অস্বীকাৰ কৰিছিল।”— নিলম্বিত বিধায়ক সুভেন্দু অধিকাৰীয়ে কয়।

তেওঁ লগতে বিজেপি বিধায়কসকলৰ সৈতে কাজিয়া কৰিবলৈ তৃণমূলে অসামৰিক পোছাক পৰিহিত কলকাতা আৰক্ষীৰ কৰ্মীক লৈ আহিছিল বুলিও চাঞ্চল্যকৰ অভিযোগ কৰিছে।

“বিধায়কসকল বিধানসভাৰ ভিতৰতো সুৰক্ষিত নহয়। টিএমচিৰ কেইজনমান বিধায়কে মুখ্য হুইপ মনোজ টিগ্গাকে ধৰি আমাৰ কমেও ৮-১০ জন বিধায়কক প্ৰহাৰ কৰিছিল।” তেওঁ লগতে কয়।

আনহাতে তৃণমূল নেতা তথা ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিমে এই ঘটনাৰ বাবে বিজেপিক দোষাৰোপ কৰে।

“আমাৰ কেইজনমান বিধায়ক সদনৰ ভিতৰত আঘাতপ্ৰাপ্ত হৈছে। আমি বিজেপিৰ আচৰণক গৰিহণা দিছো।” তেওঁ কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd