DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ ভুৱা ভেকচিন লৈ গুৰুতৰ ভাবে অসুস্থ অভিনেত্ৰী তথা সাংসদ মিমি চক্ৰৱৰ্তী

কোভিড ভেকচিনৰ নামত বহু ঠাইত দুষ্ট চক্ৰই প্ৰদান কৰি আছে চেলাইন পানীৰ বেজী

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2021 8:10 pm
mmmmmmmm
400
VIEWS
Share on FacebookShare on Twitter

ভুৱা কোভিড ভেকচিন লৈ গুৰুতৰ ভাবে অসুস্থ অভিনেত্ৰী তথা সাংসদ মিমি চক্ৰৱৰ্তী।

ৰোগকলৈও যে কিছুমানে মাৰাত্মক খেল খেলিব পাৰে তাৰ শেহতীয়া প্ৰমাণ পোৱা গৈছে পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত।

দেশত কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি থকাৰ সময়তে একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে ধন ঘটাৰ সহজ উপায় হিচাবে কোভিডৰ বুৱা ভেকচিন প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

এইসকল লোকৰ জালত কেৱল সাধাৰণ মানুহেই পৰা নাই, খোদ লোকসভাৰ সাংসদৰ দৰে ব্যক্তিও এনেলোকৰ জালত পৰিছে।

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মিমি চক্ৰৱৰ্তীয়েও চাৰিদিন পূৰ্বে দেৱাঞ্জন দেৱ নামৰ লোক জনে অনুষ্ঠিত কৰা কোভিড ভেকচিন প্ৰদান কেন্দ্ৰত কোভিডৰ ভেকচিন লৈছিল।

নিজকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাবে পৰিচয় দিয়া দেৱাঞ্জন দেৱ দৰাচলতে এজন প্ৰতাৰকহে।

কোভিডৰ ভুৱা ভেকচিন প্ৰদান কৰি তেওঁ সৰকাইছে কোটিৰ ঘৰত টকা। লোক জনে পতা কেন্দ্ৰতে সাংসদ মিমি চক্ৰৱৰ্তীয়ে কোভিডৰ ভুৱা ভেকচিন গ্ৰহণ কৰাৰ পিছৰে পৰা লাহে লাহে অসুস্থ হৈ পৰিবলৈ ধৰে।

আজি সন্ধিয়াৰ ভাগত তীব্ৰ পেটৰ বিষ আৰু পেটৰ অসুখত ভোগা সাংসদগৰাকীক চিকিৎসকৰ কাষলৈ নিব লগীয়া হয়।

চিকিৎসকে সাংসদগৰাকী বৰ্তমান বিপদমুক্ত বুলি ঘোষণা কৰিছে। ইপিনে কোভিডৰ ভুৱা ভেকচিন প্ৰদান কৰা দেৱাঞ্জন দেৱ নামৰ লোক জনৰ লগতে আন দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

মুম্বাইতো কোভিডৰ ভেকচিনৰ নামত চেলাইন পানীৰ বেজী দি অহা এটা চক্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Recent News

Saweety Boora Women's World Boxing Championship

বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰ: নিতুৰ পিছতে এইবাৰ ছ’ইটীৰ শিৰতো স্বৰ্ণ

Nitu Ghanghas Women’s Boxing World Championship

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

APSC exam

কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা: মহানগৰীত ১৪৪ ধাৰা জাৰি

The Whale

চিনেমা কথা: দ্য হুৱেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd