• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি তালাকৰ গোচৰত স্বামীৰ বাহিৰে শহুৰৰ ঘৰৰ কাকো কৰিব পৰা নাযাব অভিযুক্ত: উচ্চতম ন্যায়ালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 8:13 pm

1 min read

Supreame-Court-of-India-750x375
168
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে ইছলামধৰ্মী লোকসকলৰ মাজত বৰ্তি থকা বহু বিতৰ্কিত তিনি তালাক ব্যৱস্থা বিলোপ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত দেশত তিনি তালাকৰ ঘটনা প্ৰায় নোহোৱা হোৱাৰ দৰেই হৈ পৰিছে।

অৱশ্যে তাৰ মাজতে এতিয়াও কিছু কিছু অঞ্চলত তিনি তালাকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহে।

যি কি নহওঁক, আজি এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত ৰায় দান কৰি উচ্চতম ন্যায়ালয়ে কয় যে তিনি তালাকৰ ঘটনাত নিৰ্যাতিতা মহিলাই কেৱল তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিব।

তিনি তালাকৰ গোচৰত কেৱল স্বামীহে অভিযুক্ত হ’ব আৰু স্বামীৰ পৰিয়ালৰ আন কোনো লোকক এই গোচৰত অভিযুক্ত কৰিব পৰা নাযাব।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডে এই প্ৰসংগত মন্তব্য কৰি কয় যে তিনি তালাকৰ গোচৰত অভিযুক্ত স্বামীক আদালতে অগ্ৰিম জামিন প্ৰদান কৰাতো কোনো বাধা নাই।

উল্লেখ্য কিছুদিন পূৰ্বে কেৰালাৰ এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে তিনি তালাকৰ গোচৰ তৰিছিল।

কেৰালা উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ স্বামীৰ অগ্ৰিম জামিনো নাকচ কৰিছিল।

ইয়াৰ পিছতে লোক জনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত আজি উচ্চতম ন্যায়ালয়ে অভিযুক্তৰ জামিন পোৱাৰ যোগ্য বুলি মন্তব্য কৰে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd