• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৪ত গুগলত সৰ্বাধিক চাৰ্চ কৰা হৈছে এইগৰাকী নায়িকাৰ নাম; জানিলে চকু কপালত উঠিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 3:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নায়ক-নায়িকাসকলে তেওঁলোকৰ ব্যক্তিগত তথ্যৰ পৰা আৰম্ভ কৰি চিনেমাৰ আপডেটলৈকে সকলো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। অনুৰাগীসকলেও নিজৰ প্ৰিয় তাৰকাৰ বিষয়ে জানিবলৈ ইণ্টাৰনেটকে মাধ্যম হিচাপে বাছি লৈছে। ফলত বহু তাৰকা নেটত অহৰহ ট্ৰেণ্ডিং হৈ থাকে।

এইবাৰো এগৰাকী নায়িকা যথেষ্ট ট্ৰেণ্ডিং আছিল। ২০২৪ চনত সৰ্বাধিক চাৰ্চ কৰা তালিকাত তেওঁ শীৰ্ষস্থান দখল কৰিছিল। এই নায়িকা আন কোনো নহয়, ‘এনিমেল’ চিনেমাখনেৰে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰা তৃপ্তি ডিমৰি।

Apply Now

মাত্ৰ এখন চিনেমাৰ জৰিয়তে এইগৰাকী অভিনেত্ৰীয়ে ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। ইয়াৰ পূৰ্বে কেইবাখনো চিনেমাত অভিনয় কৰিলেও ‘এনিমেল’ চিনেমাৰ জৰিয়তেহে তেওঁ বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। যদিও এই চিনেমাখনত কম সময়ৰ বাবে অভিনয় কৰিছিল, তথাপিও তেওঁৰ সৌন্দৰ্য্য আৰু অভিনয়েৰে যুৱক-যুৱতীসকলৰ হৃদয় জয় কৰিছিল।

সাহসী চৰিত্ৰত অভিনয় কৰি তেওঁ সকলোকে আপ্লুত কৰিছিল। ‘এনিমেল’ চিনেমাত নায়িকা ৰশ্মিকাতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছিল তৃপ্তি ডিমৰিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়া আৰু গুগলে এইবাৰ এই সুন্দৰীৰ বাবে ব্যাপক চাৰ্চ কৰা হৈছে।

তৃপ্তি ডিমৰিৰ বিভিন্ন তথ্য জানিবলৈ নেটিজেনসকলে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। বিশেষকৈ এই সুন্দৰীগৰাকীৰ ইনষ্টাগ্ৰামৰ তথ্যৰ লগতে তেওঁ অভিনয় কৰা তেলেগু চিনেমাসমূহৰ বিষয়ে তথ্য বিচাৰিছে। লগতে নেটিজেনসকলেও তৃপ্তি বিবাহিত নেকি সেই বিষয়ে অধিক চাৰ্চ কৰিছে।

দৰাচলতে এই সুন্দৰীৰ এতিয়াও বিয়া হোৱা নাই। কিন্তু তেওঁ প্ৰেমত পৰিছে। ছেম মাৰ্চেণ্ট নামৰ এজন ব্যক্তিৰ সৈতে তৃপ্তিৰ সম্পৰ্ক গঢ়ি উঠিছে। দুয়োৰে ছবি নেটত ভাইৰেল হৈ পৰিছে। তৃপ্তিৰ বিষয়ে নেটিজেনসকলে আটাইতকৈ বেছি বিচাৰিছে তেওঁৰ আগন্তুক ছবিৰ বিষয়ে। শেহতীয়াকৈ আইএমডিবি (Indian Movie Database)-ৰ প্ৰকাশিত জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে তৃপ্তিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd