DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমলৈ ১,০০,০০০ টকা বান সাহায্য আগবঢ়ালে ত্ৰিপুৰাৰ বিজেপি সাংসদ প্ৰতিমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 4:10 pm
Pratima Bhoumik

অসমলৈ বান সাহায্য প্ৰদান ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিকৰ

1.9k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম ত্ৰিপুৰা সংসদীয় সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিকে অসমৰ বন্যাক্ৰান্ত সকলৰ বাবে তেওঁৰ প্ৰথম মাহৰ দৰমহা ১,০০,০০০ টকা বান সাহায্য হিচাপে আগবঢ়াইছে।

ভৌমিক ভাৰতীয় জনতা পাৰ্টি ত্ৰিপুৰাৰ সাধাৰণ সম্পাদক।

‘‘প্ৰতিমা বাইদেৱে তেওঁৰ প্ৰথম মাহৰ দৰমহা ১,০০,০০০ টকা অসমলৈ বান সাহায্য হিচাপে আগবঢ়াইছে’’-ত্ৰিপুৰা বিজেপিৰ নেতা ভিক্টৰ শ্বোমে এনেদৰে কয়।

শ্বোমে লগতে সাংসদগৰাকীয়ে মঙলবাৰে দিল্লীত থকা অসম চৰকাৰৰ কাৰ্য্যালয়ত সাহায্য ৰাশি অৰ্পন কৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসমক বান সাহায্য প্ৰদান কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক নেতা-কৰ্মী, অভিনেতা, সহায়কাৰী গোটে আগবাঢ়ি আহিছে।

অভিনেতা অক্ষয় কুমাৰ, অমিতাভ বচ্চন, যতীন বৰা, খেলুৱৈ ৰিয়ান পৰাগ, হিমা দাস আৰু ৰাজনৈতিক আব্দুল খালেক, প্ৰদ্যুৎ বৰদলৈ আদিয়ে বান সাহায্যৰ বাবে সহায়ৰ হাত আগবঢ়াইছে।

বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাসমূহে খাদ্য সামগ্ৰী, পানী, কাপোৰ আদিকে ধৰি সাহায্য বন্যাক্ৰান্তলৈ আগবঢ়াইছে।

বিগত দশকৰ ভিতৰত অসমত হোৱা ভয়াবহ বানপানীত এতিয়ালৈ প্ৰায় ৬৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৫ টা এশিঙিয়া গড়কে ধৰি মুঠ ১৮৭ টা জীৱ-জন্তুই প্ৰাণ হেৰুৱাব লগা হৈছে বুলি দাবী কৰা হৈছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd