DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

বৃহত্তৰ ত্ৰিপৰালেণ্ড সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

এন ই নাও নিউজ, আগৰতলা by এন ই নাও নিউজ, আগৰতলা
March 5, 2023 5:11 pm
76
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে টিপ্ৰা মোঠা পাৰ্টিয়ে উত্থাপন কৰা বিষয়সমূহৰ ওপৰত কেন্দ্ৰ আৰু ত্ৰিপুৰাৰ নতুন বিজেপি চৰকাৰে আলোচনা কৰাৰ প্ৰয়োজন আছে।

শৰ্মাই কয় যে বিজেপি আৰু টিএমপিৰ মাজত আলোচনা পুনৰ আৰম্ভ হ’ব পাৰে। কিন্তু সেয়া সাংবিধানিক পৰিকাঠামোৰ অধীনত হ’ব লাগিব আৰু ত্ৰিপুৰাক বিভাজন কৰাৰ স্বাৰ্থত এই আলোচনা হ’ব নালাগিব।

হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে আগৰতলাত সাংবাদিকৰ আগত কয় যে আদিবাসীসকলৰ সৈতে জড়িত বিষয়সমূহ আলোচনা হ’ব লাগে।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিক্ৰম মাণিক্য দেৱ বৰ্মনৰ সৈতে কেইবাটাও ৰাউণ্ডৰ আলোচনাত মিলিত হোৱা মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আলোচনা পুনৰ আৰম্ভ হ’ব পাৰে কিন্তু আমি ‘বৃহত্তৰ ত্ৰিপৰালেণ্ডৰ কথা ক’ব নোৱাৰো।

লগতে ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোডীৰ সুশাসনৰ বাবেই উত্তৰ–পূবৰ বেছিভাগ ৰাজ্যতে বিজেপিক ৰাইজে আঁকোৱালি লৈছে।

ত্ৰিপুৰাৰ নব্য নিৰ্বাচিত বিজেপি নেতাসকলৰ সৈতে চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনা কৰি শৰ্মাই কয় যে ত্ৰিপুৰাত ৮ মাৰ্চত শপতগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে মেঘালয় আৰু নাগালেণ্ডত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব অহা ৭ মাৰ্চত।

উল্লেখ্য যে সংবিধানৰ ২ আৰু ৩ নং অনুচ্ছেদৰ অধীনত ‘বৃহত্তৰ ত্ৰিপৰালেণ্ড’ গঠনৰ বাবে টিমএপি এ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে।

Recent News

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd