• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ কাণ্ড : জোতা পিন্ধিয়ে উত্তোলন কৰিলে পতাকা

NE NOW NEWS শান্তনু শইকীয়া
গুৱাহাটী , August 15, 2019 9:02 pm

1 min read

Tripura CM picture

ফটো : ফেইচবুক

2k
VIEWS
Share on FacebookShare on Twitter

ভাৰত মাতাৰ সন্মানৰ কথা কোৱা বিজেপিৰ এগৰাকী মুখ্য মন্ত্ৰীয়ে এইবাৰ ৰাষ্টীয় পতাকাৰ প্ৰতি অসন্মান কৰা দেখা গ’ল।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে বৃহস্পতিবাৰে আগৰতলাৰ নিজা চৰকাৰী আৱাসত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে।

কিন্তু পতাকা উত্তোলনৰ সময়ত তেওঁক জোতা পিন্ধিয়ে পতাকা উত্তোলন কৰা দেখা গ’ল।

এই ফটো আনকি তেওঁ নিজা ফেচবুক পেজতো আপলোড কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে ‘৭৩ সংখ্যক স্বাধীনতা দিৱস আগৰতলাৰ চৰকাৰী আবাসত পালন কৰাৰ কথা জানিবলৈ দি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে।

EB-ucvKUYAEH9ZY(1)
ফটো : ফেইচবুক

ইপিনে, ফটোখন দিয়াৰ লগে লগে বহুতে ইয়াক লৈ অসন্তোষ ব্যক্ত কৰিছে।

ফেচবুকত বিভিন্ন জনে মুখ্য মন্ত্ৰীগৰাকীক কমেন্টেৰে তেওঁৰ ত্ৰুটি আঙুলিয়াই দিছে।

বিশ্বজিৎ দাস নামৰ এজনে লিখিছে ‘ছাৰ জোতা পিন্ধি পতাকা উত্তোলন কৰাটো ঠিক হোৱা নাই।‘

দীপ ৰয় নামৰ এজনে লিখিছে, ভৰিত জোতা পিন্ধি কিয় ?

মনু ৰাজ বাবু নামৰ এজনে, পৰৱৰ্তী সময়ত পতাকা উত্তোলন কৰিলে জোতা খুলি ল’বলৈ অনুৰোধ জনাইছে।

ত্ৰিপুৰাৰ বিজেপি দলৰ মুখ্য মন্ত্ৰীগৰাকীৰ এই কাৰ্যই কেৱল জাতীয় পতাকাক অপমান কৰাই নহয়, লগতে দলকো বিপাঙত পেলাইছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd